• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কণ্ঠস্বৰ পৰীক্ষাৰ বাবে ফৰেনচিক লেবত হাজিৰ অখিল গগৈক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 26, 2020 6:35 pm
685
VIEWS
Share on FacebookShare on Twitter

কণ্ঠস্বৰ পৰীক্ষাৰ বাবে মঙলবাৰে পুনৰ ফৰেনচিক লেবত হাজিৰ কৰোৱা হ’ল অখিল গগৈক।

গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালকো হাজিৰ কৰালে কাহিলিপাৰাস্থিত ফৰেনচিকত।

ফৰেনচিকৰ চৌহদত অখিল গগৈৰ মন্তব্য “আমাৰ ওপৰত অসমৰ সকলো কা-বিৰোধী গোচৰ জাপি দিয়া হৈছে।

ইয়াৰোপৰি সকলো অসমবাসীক একত্ৰিত হ’বলৈ আহ্বান জনায় অখিল গগৈয়ে।

ইপিনে দিহিং-পাটকাই ধ্বংস হ’বলৈ দিয়া নহ’ব বুলি মন্তব্য কৰি তেওঁ সকলো কুৱাৰেন্টাইন চেণ্টাৰৰ ব্যৱস্থা উন্নত কৰিবলৈ দাবী জনায়।

তেওঁ আৰু কয় “আমাক বন্দীশালত ৰাখি এখনৰ পাছত আনখন টোলগেট খুলি থকা হৈছে, বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা আৰু নতুনকৈ নিৰ্মাণৰ অনুমতি দিয়া হৈছে, অসমৰ লাভজনক তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়া হৈছে, বন্য জীৱ-জন্তুৰ মৃত্যু মুখলৈ ঠেলি দি দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ অনুমোদন দিয়া হৈছে। এই সকলোবোৰ জনবিৰোধী  কাম অসমবাসীক অন্ধকাৰত ৰাখি বিনা বাধাই কেন্দ্ৰীয় চৰকাৰে আগবঢ়াই নিবলৈ আমাৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ হৈছে।”

“সেয়ে অসমবাসী ৰাইজক জাতিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সচেতন আৰু সংগঠিতভাৱে সৰ্বাত্মক গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তুলিবলৈ  আমি বিনম্ৰভাৱে আহ্বান জনাইছো,” গগৈয়ে লগতে কয়।

উল্লেখযোগ্য যে, অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ 1/2019নং গোচৰ
আৰু ডিব্ৰুগড়ৰ নামৰূপ থানাৰ ২টা গোচৰত অখিল গগৈ আৰু সতীৰ্থকেইজনক অনা হৈছিল ফৰেনচিকলৈ।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd