• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসংগ NIA গোচৰ : অখিলৰ ডিঙিত লাগি ধৰা NIAৰ কাঁইটডাল আঁতৰিব কেতিয়া?

চৰকাৰে ভেল্কিবাজী বন্ধ কৰক : চিঠিৰ জৰিয়তে চৰকাৰক ধমক অখিলৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 22, 2021 4:33 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এগৰাকীক ঘুঁচিয়াই দাঁত ভঙা গোচৰত অভিযুক্ত হোৱা গোচৰটো NIA ই লৈছিল।

ইতিমধ্যে, কেইমাহমান পূৰ্বে গোচৰটোত জামিন লাভ কৰিছিল যদিও আজি NIA আদালতে গোচৰটোৰ পৰা দোষমুক্ত কৰে কাৰাৰুদ্ধ অখিল গগৈক।

Apply Now

কিন্তু এতিয়াও যেন অখিল গগৈৰ ডিঙিৰ পৰা NIA ৰ কাঁইটডাল আঁতৰা নাই। এতিয়াও চান্দমাৰী থানাৰ গোচৰটোৰ পৰা মুক্ত হোৱা নাই কাৰাৰুদ্ধ অখিল গগৈ।

চাবুৱা থানাৰ UAPA ৰ ধাৰা সংযোগ কৰি NIA ৰ অধীনলৈ হস্তান্তৰ কৰা NIA-GUW-01-2020 নং গোচৰটো অখিল গগৈক কিছু সময়ৰ পূৰ্বে UAPA ৰ পৰা সম্পূৰ্ণ মুক্ত আৰু নিৰ্দোষী হিচাপে ঘোষণা কৰিছে আদালতে।

জানিব পৰা মতে, এতিয়া চানমাৰি থানাৰ গোচৰৰ শুনানি চলি আছে NIA ৰ আদালতত। এই গোচৰত জামিন লাভ কৰিলেই শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব বিধায়ক অখিল গগৈ।

চাবুৱা থানাৰ গোচৰত জগজিত গোঁহাই, ভূপেন গগৈ আৰু অখিল গগৈক দোষমুক্ত কৰে। অৱশ্যে অখিল গগৈয়ে পূৰ্বতে এই ক্ষেত্ৰত জামিন লাভ কৰিছিল। আনহাতে, ভাস্কৰজ্যোতি ফুকনে লাভ কৰা নাই জামিন।

ৰাইজৰ দলৰ দাবী চানমাৰি থানাৰ গোচৰত জামিন প্ৰদান কৰি শীঘ্ৰেই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈক মুক্তি দিব লাগে।

ইপিনে, কাৰাৰুদ্ধ অখিল গগৈয়ে আজি পুনৰ অসমবাসী ৰাইজলৈ এখন পত্ৰ প্ৰেৰণ কৰে।

পত্ৰখনৰ জৰিয়তে অখিল গগৈয়ে কয়, ‘চৰকাৰে জুমলাবাজি আৰু ভেল্কিবাজী বন্ধ কৰক। অসমবাসীৰ বাবে কিবা এটা কৰক। অসমতো একনায়কত্বৰ পদধ্বনি শুনা গৈছে। কোভিড আৰু লকডাউনে অসমবাসী ৰাইজক কোঙা কৰিলে। ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। চৰকাৰে ভুৱা ৰাজনৈতিক প্ৰতিশ্ৰুতি বন্ধ কৰক।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd