• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতে “খঙ”ত ফেচবুক প’ষ্ট অখিল পত্নীৰ; “গোপনীয় ৰাজসাক্ষী”ক সাক্ষাতৰ মন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 12, 2021 6:44 am
WhatsApp Image 2021-01-12 at 12.16.52 AM

অখিল গগৈৰ সৈতে পত্নী গিতাশ্ৰী তামুলী। ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৭ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কে এল চুৰানা বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদন নাকচ কৰাৰ পাছতে নিয়াই ইয়াৰ চাৰ্জশ্বীটত উল্লেখ কৰা গোপন ৰাজসাক্ষীক সাক্ষাত কৰাৰ ইচ্ছা প্ৰকাশ কৰি ফেচবুকযোগে ক্ষোভ উজাৰিছে অখিল গগৈৰ পত্নীয়ে।

অখিলৰ পত্নী গিতাশ্ৰী তামূলীয়ে “খং” ত এক ফেচবুক প’ষ্ট দিয়া পৰিলক্ষিত হৈছে।

Apply Now

প’ষ্টটোত তেওঁ প্ৰথমতে লিখিছে এইদৰে “(খঙত লিখিছো। সান্ত্বনা বা উপদেশ নিদিয়ে যেন।)”

তেওঁ লগতে লিখিছে,”ৰাজসাক্ষীজনক এবাৰ চাবলৈ মন আছে। ইমান কথা জানে!

এবাৰ মুখ দেখুৱাই আহকনা। হাতত অস্ত্ৰ নাই। একো কৰিব নোৱাৰো। কেৱল প্ৰাণভৰি এবাৰ চাম।”

“আপুনি বোলে অস্ত্ৰচালনাৰ প্ৰশিক্ষণ লৈ আহিছিল।” বুলি ৰাজসাক্ষীক উদ্দেশ্য কৰি তামূলীয়ে লগতে কয়, “ইচ্ছা কৰিলে মাৰি থৈ যাব পাৰিব!’’

হে নজনা মুখৰ বীৰ! আমাৰ দৰে মানুহৰ জী্ৱন তেনেই সস্তা।

আপোনাৰ দৰে নিৰাপত্তা ব্যুহুত বিচৰণ কৰি থকা সকল আকৌ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী, গণতন্ত্ৰৰ ৰক্ষক।”

ইপিনে ইংগিত সূচক ভাৱে অখিলৰ পত্নীয়ে বহুকেইটা প্ৰশ্ন উত্থাপন কৰে। সেইকেইটা তলত অ-সম্পাদিত ৰূপত উল্লেখ কৰা হ’ল

* ” মইহে ভাবিছো, অস্ত্ৰ, বিস্ফোৰণ – এই সকলো আপোনাৰ হাতৰ মুঠিত হৈও আপুনি মাওবাদী নহয় নেকি? আপুনি ৰক্ষণাবেক্ষণ কিয় পালে?’’

* এনেকৈ পৰিচয় লুকুৱাই যিকোনো মানুহে যি ইচ্ছা ক’ব, আৰু আমি তাকে সঁচা বুলি মানি ল’ম?’’

WhatsApp Image 2021-01-12 at 12.16.53 AM

ইপিনে, উক্ত ফেচবুক প’ষ্টত আনন্দৰাম ঢেকিয়াল ফুকনৰ এক বাণী উল্লেখ কৰি তামূলীয়ে কয়, “তাহানিতে কৈছিল, ‘——–কেৱে দুটকা কানিৰ সলনি মিছা সাক্ষী নিদিব, সেই সময়, হে ‘ক্ৰিপামই’ জগদীশ্বৰ শীঘ্ৰে ঘটোৱা!’’

গোপনীয় ৰাজসাক্ষীক কেন্দ্ৰ কৰি অখিল পত্নীৰ পুনৰ প্ৰশ্ন “সেই সময় নাহিল। হয়তো নাহিবও। আপুনি বৰ সুখ আৰু শান্তিত আছে, নহয়নে?

এনেদৰেই, অখিল গগৈ অবিহনে এটা বছৰৰো অধিক সময় কটোৱা পত্নী গিতাশ্ৰী তামূলীয়ে ক্ষোভ প্ৰকাশ কৰাৰ লগতে দুখত ভাঙি পৰে।

উল্লেখযোগ্য যে, অখিল গগৈৰ জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে শীঘ্ৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাইজৰ দলৰ নেতৃত্বই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd