• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ অসম ভৱনৰ পৰা বাহিৰ কৰি দিলে অখিল-পলাশক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 2, 2019 10:40 pm
Akhil-Palash asked to vacate Assam Bhawan in New Delhi

পলাশ চাংমাই আৰু অখিল গগৈ। ফাইল ছবি।

1.8k
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীৰ অসম ভৱন ১১১নং কোঠাত বাহৰ পাতি থকা অখিল গগৈ আৰু পলাশ চাংমাইক শনিবাৰে বাহিৰ কৰি দিছে কৰ্তৃপক্ষই।

অসমৰ সংগঠনকেইটাৰ নেতা দুগৰাকীক কৰ্তৃপক্ষই অসম ভৱন এৰিবলৈ দিয়াৰ আঁৰত আছে দিচপুৰৰ নিৰ্দেশ, এই দাবী গগৈৰ সতীৰ্থ “যুঁজাৰু”-ৰ নেত্ৰী জোনমণি দেৱী খাউণ্ডৰ।

অভিযোগ মতে ভৱনত সংবাদমেল সম্বোধন কৰি থকা অৱস্থাতে দিচপুৰৰ পৰা অহা “নিৰ্দেশ”ৰ বাবে তেওঁৰ কোঠাটো এৰিবলৈ বুলি গগৈৰ কাণে কাণে কৈ যায়হি ভৱনটোৰ এগৰাকী বিভাগীয় লোকে। সেই সময়ত গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইকে ধৰি নাগৰিকত্ব বিধেয়কবিৰোধী অসমৰ ৭০টা সংগঠনৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰি আছিল।

বিধেয়ক বিৰোধী গগৈ আৰু অন্যান্যসকলে সংবাদমেলখনত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ তীব্ৰ সমালোচনা কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক অধিৱেশনত মোদী আহিলে ৭০টা সংগঠনে প্ৰতিবাদ জনাই ক’লা পতাকা দেখুৱাব বুলি কৰা মন্তব্যৰ ফলতে সোণোৱাল চৰকাৰে এই “নিম্নস্তৰ”ৰ কাম কৰা বুলি মন্তব্য কৰিছে নেত্ৰী খাউণ্ডে।

“ৰাজ্য চৰকাৰৰ এয়া অতি নিম্নমানৰ সিদ্ধান্ত। আৰু এনে সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছো,” নৰ্থ ইষ্ট নাও-ত মন্তব্য খাউণ্ডৰ।

দেশৰ ৰাজধানীৰ অসম ভৱনত এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিলে পৰিস্থিতি হুলস্থূলীয়া হৈ ৰাজ্যৰে মান হানি হোৱাৰ আশংকাত বিনা প্ৰতিবাদে ভৱনটো ত্যাগ কৰাৰ সিদ্ধান্ত লয় তেওঁলোকে, খাউণ্ডে জনায়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd