• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোট চুৰি কৰিছে বিজেপিয়ে! বিজেপিৰ বিৰুদ্ধে ইভিএম চুৰিৰ অভিযোগ অখিলেশ যাদৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2022 9:36 am
Akhilesh Yadav claims EVM theft
224
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব।উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল। ভোট গণনাৰ দুদিন পূৰ্বে মঙ্গলবাৰে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে শাসনাধিষ্ঠিত বিজেপিৰ ওপৰত ভোট চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে।

মঙ্গলবাৰে এখন সংবাদমেল আহ্বান কৰি অখিলেশ যাদৱে কিছুমান ভিডিঅ’ ইভিএম চুৰিৰ প্ৰমাণ হিচাপে প্ৰদৰ্শন কৰে।

বাৰাণসীৰ এটা গণনা কেন্দ্ৰত ইভিএম অসুৰক্ষিত অৱস্থাত ৰখা হৈছে আৰু ইভিএম সমূহ তিনিখন ট্ৰাকত লৈ যোৱা হৈছে বুলি অখিলেশ যাদৱে অভিযোগ কৰে। ইয়াৰে এখন ট্ৰাক সমাজবাদী পাৰ্টিৰ কৰ্মীয়ে বাধা দিছিল তেওঁ দাবী কৰে।

অখিলেশ যাদৱৰ এই অভিযোগৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বাৰাণসীৰ ডিএম কৌশল শৰ্মাই কয়, “ভোটগ্ৰহণৰ ইভিএম পৰিবহন কৰা হৈছে বুলি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । কিন্তু এয়া ভোটদানৰ ইভিএম নহয়। এই ইভিএম সমূহ প্ৰশিক্ষণৰ বাবেহে অনা হৈছিল।”

তদুপৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াইও এক বিবৃতিত কয় যে বুধবাৰে নিৰ্ধাৰিত ভোটগ্ৰহণ বিষয়াসকলৰ প্ৰশিক্ষণৰ বাবে বাৰাণসীত ইভিএম অনা হৈছিল। তেওঁ লগতে কয় যে ভোটদানত ব্যৱহৃত ইভিএমবোৰ চীল কৰা হৈছে আৰু ২৪ ঘণ্টাই নিৰীক্ষণৰ জৰিয়তে সুৰক্ষিত অৱস্থাত ৰখা হৈছে।

আনহাতে তেওঁলোকৰ বিবৃতি খণ্ডন কৰি অখিলেশ যাদৱে “যদি প্ৰশিক্ষণৰ বাবে ইভিএম পৰিবহন কৰা হৈছিল, প্ৰাৰ্থীসকলক কিয় অৱগত কৰা হোৱা নাছিল” বুলি প্ৰশ্ন কৰে।

তেওঁ লগতে বাৰাণসীৰ ডিএম কৌশল শৰ্মাৰ বিৰুদ্ধেও পক্ষপাতীত্বৰ অভিযোগ উত্থাপন কৰে। “মই এই ডিএমক মুজাফ্ফৰনগৰত নিযুক্তি দিয়াৰ পৰাই চিনি পাওঁ। তেওঁ এই কাৰ্যত সন্মতি দিছে। বিজেপিয়ে যি বিচাৰে, তেওঁ সেয়াই ক’ব” বুলি যাদৱে অভিযোগ কৰে।

তেওঁ লগতে বাৰানসীৰ ডিএম কৌশল শৰ্মা আৰু ৰাজ্যৰ নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd