• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিজেপিৰ ভেকচিনক বিশ্বাস কৰিব নোৱাৰি’: কৰ’নাৰ টীকা নলয় সমাজবাদী নেতা অখিলেশ যাদবে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2021 9:38 am
akhilesh_6495572_835x547-m

সমাজবাদী দলৰ সভাপতি অখিলেশ যাদব।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ ভেকচিনৰ বিষয়তো ৰাজনীতি সোমাল। কৰ’নাৰ ভেকচিনক ‘বিজেপিৰ ভেকচিন’ বুলি কটাক্ষ কৰিছে সমাজবাদী দলৰ সভাপতি অখিলেশ যাদবে। তেওঁ লগতে এই ভেকচিন নলয় বুলি জানিবলৈ দিয়ে।

বাতৰি অনুসৰি, শনিবাৰে সমাজবাদী নেতাগৰাকীয়ে কয় যে তেওঁ এতিয়া ভেকচিন নলয়। তেওঁ লগতে কয় যে ‘বিজেপিৰ ভেকচিনক কেনেকৈ বিশ্বাস কৰিম?’

Apply Now

অখিলেশ যাদবে লগতে কয় যে তেওঁ দলে ক্ষমতালৈ আহিলে সকলোৱে বিনামূলীয়াকৈ কৰ’নাৰ ভেকচিন পাব। কিন্তু বিজেপিৰ ভেকচিন কোনো কাৰণতে লোৱা নাযাব।

সমাজবাদী নেতাগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে। অখিলেশৰ এনে মন্তব্যই ভেকচিনক লৈ সাধাৰণ লোকৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে বুলি অভিযোগ কৰা হৈছে।

উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কে পি মৌৰ্যই কটাক্ষ কৰি কয় যে অখিলেশ যাদবে ভেকচিনক বিশ্বাস নকৰে আৰু উত্তৰ প্ৰদেশৰ মানুহে অখিলেশক বিশ্বাস নকৰে। ভেকচিনক লৈ প্ৰশ্ন তুলি নেতাগৰাকীয়ে দেশখনৰ চিকিৎসক তথা বিজ্ঞানীসকলক অপমান কৰিছে।

তেওঁ সমাজবাদী দলৰ সভাপতিগৰাকীয়ে ক্ষমা বিচৰাৰো দাবী তোলে।

ইপিনে, অখিলেশ যাদবৰ মন্তব্যক সমৰ্থন জনাই আৰু এখোপ আগবাঢ়ি উদ্ভট মন্তব্য কৰিছে সমাজবাদী দলটোৰ আন এগৰাকী নেতা আশুতোষ সিনহাই।

সিনহাই দাবী কৰে,’’ অখিলেশ যাদবে যেতিয়া ভেকচিন নলওঁ বুলি কৈছে তাৰ আঁৰত নিশ্চয় যুক্তি থাকিব। হয়তো ই মানুহৰ ক্ষতি কৰিব। ভেকচিন ল’লে আপুনি নপুসকতো পৰিণত হব পাৰে। অখিলেশ যাদবে ভেকচিন নোলোৱাৰ সিদ্ধান্ত ল’লে সমাজবাদী দলৰ কোনোৱে ভেকচিন নল’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd