• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰত সুৰা বিপণী স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ‘আক্ৰাছু’ৰ; প্ৰতিবাদী ধৰ্ণা, স্মাৰক পত্ৰ প্ৰদান

তিলক চন্দ্র প্রসাদ, চাপৰ by তিলক চন্দ্র প্রসাদ, চাপৰ
December 1, 2021 3:26 pm
WhatsApp Image 2021-12-01 at 1.52.59 PM

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’এইখন মূল্যবোধৰ ৰাজনীতিৰ মহীৰূহ স্বৰূপ জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমি।ইয়াত তেখেতৰ আদৰ্শ ভূলুণ্ঠিত হোৱা কাৰ্য্য আমি কোনোপধ্যে সহ্য নকৰো। আমাৰ কোচ-ৰাজবংশী সকলৰ এজন ব্যক্তি থকালৈকে জননেতাগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে সুৰা বিপণী স্থাপন কৰাৰ যোজা চলোৱা কাৰ্যৰ প্ৰতিবাদ কৰি যাম । শৰীৰৰ শেষ বিন্দুলৈকে তেজ দি হলেও জননেতাৰ আদৰ্শক জীয়াই ৰখাৰ হকে আন্দোলন চলাই যাম। আমি অসম চৰকাৰক দাবী জনাইছোঁ শীঘ্ৰে চাপৰত সুৰা বিপণী স্থাপনৰ সিদ্ধান্ত বাতিল কৰক, অন্যথা আমাৰ সংগঠনে চাপৰবাসীৰ সহযোগত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিম ।”

এইদৰে মন্তব্য তথা হুংকাৰ দিছে কোচ ৰাজবংশীৰ ছাত্ৰ সংগঠন ‘আক্ৰাছু’ নেতা-কৰ্মীয়ে।

চাপৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত মঙলবাৰে আক্ৰাছুৰ ধুবুৰী পূব জিলা সমিতিৰ উদ্যোগত আৰু চাপৰ আঞ্চলিক সমিতিৰ সহযোগত চাপৰ অঞ্চলত সুৰা বিপণী স্থাপনৰ অনুমতি দিয়াৰ সিদ্ধান্ত বাতিলৰ দাবীত ৰূপায়িত কৰা দুঘন্টীয়া বিশাল ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ সংগঠনটোৰ নেতা কৰ্মীয়ে এইদৰে কয়।

Apply Now

Also Read: যোৱা ছয় মাহত পুঁজিপতিৰ ৪৬,৩৮২ কোটি টকাৰ ঋণ মাফ কৰিলে ভাৰত চৰকাৰে 

উল্লেখ্য যে মঙলবাৰে পুৱা১১-00 বজাৰ পৰা ৰূপায়িত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত আক্ৰাছুৰ লগতে কলিতা জনগোষ্ঠীয় সন্মিলন, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ, দেশী জনগোষ্ঠীয় মঞ্চ, লেখিকা সমাৰোহ সমিতিকে ধৰি বহুকেইটা দল সংগঠনে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত কে এ চি ৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ  ৰায় ,আক্ৰাছুৰ ধুবুৰী পূব জিলা সমিতিৰ সভাপতি দেৱজিৎ ৰায়, সম্পাদক অনন্ত ৰায়, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পুলকেশ ৰায়চৌধুৰী, সাংগঠনিক সম্পাদক ললিত কুমাৰ ৰায়, আঞ্চলিক সমিতিৰ সভাপতি হিতেশ ৰায়, সম্পাদক বিৰাজ সিংহ ,ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তৰণী কান্ত ৰায়, সমাজকৰ্মী গংগাধৰ ৰায়, লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী চন্দ্ৰা বৰ্মণ, সম্পাদিকা প্ৰণতি অধিকাৰীকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকি দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়িত কৰাৰ অন্তত চাপৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

তিলক চন্দ্র প্রসাদ, চাপৰ

তিলক চন্দ্র প্রসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd