• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জনজাতিকৰণ আৰু কমতাপুৰ দাবী পূৰণ নকৰিলে আক্ৰছুয়ে বৰ্জন কৰিব পঞ্চায়ত নিৰ্বাচন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2018 4:26 pm
আক্ৰছুৰ অধিৱেশন

আক্ৰছুৰ অধিৱেশন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
চৰকাৰে যদি শীঘ্ৰে জনজাতিকৰণ আৰু কমতাপুৰ দাবী পূৰণ নকৰে তেন্তে আক্ৰছুয়ে পঞ্চায়ত নিৰ্বাচনকে ধৰি আহিব লগা নিৰ্বাচনসমূহ বৰ্জন কৰিব। আজি কোকৰাঝাৰ ফকিৰাগ্ৰামত সামৰণি পৰা আক্ৰছুৰ একতা সন্মিলনৰ পিছতে সাংবাদিকসকলক এইদৰে জনায় সংগঠনটোৰ নৱ নিৰ্বাচিত সভাপতি অৰুন ৰায়ে।
 চৰ্কাৰৰ বিৰুদ্ধে একে অভিযোগ তুলি আক্ৰছুৰ নৱ নিৰ্বাচিত সম্পাদক গকুল বৰ্মনে কয়, ‘শাসনাধিস্থিত বিজেপিয়ে যোৱা লোকসভা আৰু বিধানসভা নিৰ্বাচনত কোঁচ ৰাজবংশীসকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। অতি শীঘ্ৰে আমাৰ নৱ নিৰ্বাচিত সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব আৰু কমতাপুৰ আৰু জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী লোৱা হ’ব।’
উল্লেখযোগ্য যে এই সন্মিলনৰ পূৰ্বে আক্ৰছু হিতেশ্বৰ বৰ্মন আৰু প্ৰদীপ ৰায় নেতৃত্বাধীন দুটা গোটত বিভক্ত আছিল। নৱনিৰ্বাচিত সম্পাদক বৰ্মনে কয়, ‘কিন্তু এই বিশেষ সন্মিলন আৰু ছহিদ দিৱসত একতা সমিতি আৰু বুদ্ধিজীৱী সকলৰ সহযোগিতাত আৰু সাধাৰণ ৰাইজৰ উদ্যোগত দুয়োটা গোট ঐক্যবদ্ধ হয়। আজি আক্ৰছুয়েই কোঁচ ৰাজবংশীসকলৰ একমাত্ৰ ছাত্ৰ সংগঠন।’
বৰ্ণিল কাৰ্য্যসূচীৰে দুদিনীয়াকৈ আয়োজিত আক্ৰছুৰ বিশেষ সন্মিলন আৰু ছহিদ দিৱসৰ আজি আছিল অন্তিম দিন।
আজি অন্তিম দিনা হিতেশ্বৰ বৰ্মনৰ সভাপতিত্বত এখন মুকলি সভাও অনুষ্ঠিত হয়।
অন্তিম দিনাৰ কাৰ্য্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থকা পশ্চিম কোকৰাঝাৰৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে আক্ৰছুৰ দুয়োটা গোট ঐক্যবদ্ধ হোৱাটো কোঁচ-ৰাজবংশীসকলৰ বাবে এক শুভ লক্ষণ।
Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd