• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰতকৈয়ো সক্ৰিয় খিলাড়ী কুমাৰ: ‘ইণ্ডিয়া’ সলনি হ’ল ‘ভাৰত’লৈ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 6:32 pm
Akshay Kumar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ আটাইতকৈ সক্ৰিয় তথা নিয়মানুবৰ্তিতাৰে পৰিচালিত অভিনেতাৰ শীৰ্ষত সদায়ে অক্ষয় কুমাৰ। নিৰ্দিষ্ট নিয়ম আৰু সময় মানি চলাৰ বাবে চিনে জগতত অক্ষয় কুমাৰক লৈ আছে অনেক গুজৱ। অভিনেতাগৰাকীৰ চৰ্চিত এই সক্ৰিয়তাৰ আন এক নিদৰ্শন এতিয়া নেট দুনীয়াত চৰ্চিত হৈ পৰিছে।

দেশত এতিয়া দেশৰ নাম সলনিক লৈ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা চলি আছে। ভাৰতবৰ্ষ ভাৰতৰ সমানে ইণ্ডিয়া নামেৰেও পূৰ্বৰে পৰা পৰিচিত যদিও এতিয়া দেশৰ এই ইণ্ডিয়া নাম সম্পূৰ্ণ পৰিহাৰ কৰাৰ চিন্তাচৰ্চা চলাইছে কেন্দ্ৰীয় চৰকাৰে।

Apply Now

এই চৰ্চাৰ মাজতে, চৰকাৰে দেশৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত ৰূপেই আন্ত:ৰাষ্ট্ৰীয় পৰিচয় দিয়াৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পূৰ্বেই দেশৰ নাম ইণ্ডিয়া আঁতৰাই ভাৰত ৰূপে চিনাকি দিলে অক্ষয় কুমাৰে।

অৱশ্যে, অক্ষয় কুমাৰে তেওঁৰ আহিবলগীয়া এখন চিনেমাৰ পৰাহে ইণ্ডিয়া শব্দটো আঁতৰাই ভাৰত শব্দ সংযোজন কৰিছে। কুমাৰৰ এই চিনেমাখনৰ নাম ‘মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ’। এই ছবিৰ নতুন পোষ্টাৰ টুইটাৰত শ্বেয়াৰ কৰিছে কুমাৰে।

 

In 1989, one man achieved the impossible!

Watch the story of Bharat’s true hero with #MissionRaniganj in cinemas on 6th October.
Teaser out tomorrow! pic.twitter.com/J0vFVq2v96

— Akshay Kumar (@akshaykumar) September 6, 2023

এই পোষ্টাৰখনৰ বাবে নেট দুনীয়াত এতিয়া ব্যাপক ট্ৰ’ল কৰা হৈছে অভিনেতাগৰাকীক। এই পোষ্টাৰখন শ্বেয়াৰ কৰাৰ পূৰ্বে পূৰ্বে অক্ষয় কুমাৰৰ ছবিখনৰ নাম আছিল ‘মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ইণ্ডিয়ান ৰেচকিউ’। উক্ত পোষ্টাৰখনো ইতিপূৰ্বে শ্বেয়াৰ কৰিছিল কুমাৰে।

কিন্তু দেশক এতিয়া ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত ৰূপেই চিনাকি দিয়াক লৈ বিজেপি চৰকাৰৰ তৎপৰতাৰ মাজতে ছবিখনৰ শিৰোনামেই সলনি কৰে খিলাড়ী খ্যাত অভিনেতাগৰাকীয়ে।

অক্ষয় কুমাৰৰ এই কাৰ্যৰ পিছতে নেটিজেনে তেওঁক ব্যাপক ৰূপত ট্ৰল কৰা দেখিবলৈ পোৱা গৈছে। একাংশ নেটিজেনে তেওঁৰ পূৰ্বৰ টুইটৰ উল্লেখেৰেই অভিনেতাগৰাকীক সমালোচনা কৰে।

 

ये ट्वीट कहा गया? 🤔#IndiaVsBharat pic.twitter.com/xhrBdhybty

— iMayankofficial 🇮🇳 (@imayankindian) September 6, 2023

উল্লেখ্য যে, মিছন ৰাণীগঞ্জত প্ৰয়াত খনন অভিযন্তা যছৱন্ত সিং গিলৰ কাহিনী প্ৰদৰ্শন কৰা হৈছে। ছবিখনত যছৱন্ত সিং গিলে কয়লা খনি উদ্ধাৰ অভিযানত বহন কৰা বীৰত্বপূৰ্ণ নেতৃত্বক দেখুওৱা হৈছে। অহা ৬ অক্টোবৰত মুক্তি পাব এই ছবিখন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd