• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘হস্তী কন্যা’ৰ মৃত্যু বাৰ্ষিকীত গেৰুৱা সাজ পিন্ধিলে জীয়ৰী অলকা পাণ্ডেই

‘ভাৰতীয় জনতা পাৰ্টীত শিল্পীসকলৰ বাবে যোগ্য মঞ্চ বা সন্মান আছে’-অলকা পাণ্ডে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 27, 2020 8:08 pm

1 min read

Alaka Pande joined BJP

শিল্পী অলকা পাণ্ডেৰ বিজেপিত যোগদান।

262
VIEWS
Share on FacebookShare on Twitter

অসমৰ লোক-সংগীত জগতৰ সম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যু বাৰ্ষিকীৰ দিনা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি গেৰুৱা সাজ পিন্ধিলে কন্যা অলকা পাণ্ডেই।

দেওবাৰে বিয়লি ভাগত হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত  আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে অলকা পাণ্ডেই।

বিজেপিত যোগদান কৰিয়েই দলটোৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে অলকা পাণ্ডেই।

বিজেপিত যোগদান কৰি পাণ্ডেই সংবাদ মাধ্যমৰ আগত কয়, ‘জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে সুৰক্ষা দিয়াৰ একমাত্ৰ পথ বা উপায় হৈছে বিজেপি।‘

ইপিনে, ভাৰতীয় জনতা পাৰ্টীত শিল্পীসকলে যোগ্য সন্মান লাভ কৰে বুলি দাবী কৰি অলকাই লগতে কয়, ‘প্ৰতিগৰাকী শিল্পীৰ বাবে বিজেপিত এখন উপযুক্ত মঞ্চ তথা সন্মান আছে।‘

আজি সেই সন্মান লাভ কৰি গৌৰাৱান্বিত। এগৰাকী শিল্পী হিচাপে অসম তথা ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে কাম কৰি যাবলৈ বিজেপিয়ে একমাত্ৰ বিকল্প বুলি দাবী কৰে অলকা পাণ্ডেই।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিজেপিৰ টুপী আৰু মাৰ্ফলাৰৰ সৈতে অলকা পাণ্ডেক দলৰ মজিয়ালৈ অলকা পাণ্ডেক আদৰণি জনায়।

দাসৰ লগতে উক্ত যোগদান কাৰ্য্যসূচীত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু সম্পাদক কৃষ্ণ চুতীয়াও উপস্থিত থাকে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd