DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আলাউদ্দীন আহমেদৰ আবেদন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 15, 2020 7:04 am
২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আলাউদ্দীন আহমেদৰ আবেদন
2.2k
VIEWS
Share on FacebookShare on Twitter

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি যুৱ নেতা তথা তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি আলাউদ্দীন আহমেদে আজি তামুলপুৰ জিলা বিপিএফ সমিতিৰ ওচৰত আবেদন দাখিল কৰে।

প্ৰাৰ্থীত্বৰ আবেদন দাখিলৰ সময়ত আলাউদ্দীনৰ লগত অসংখ্য যুৱক, বিপিএফ কৰ্মী আৰু গুণমুগ্ধ লোকে সংগ দিয়ে।

বিপিএফ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশি তথা প্ৰবল দাবীদাৰ আলাউদ্দীনে আবেদন পত্ৰ দাখিল কৰে তামুলপুৰ জিলা  বিপিএফৰ সভাপতি আদিত্য সিংহা আৰু সম্পাদক উপেন বসুমতাৰীৰ হাতত।

আলাউদ্দীনক প্ৰাৰ্থীত্ব দিয়াৰ বাবে বিপিএফৰ তামুলপুৰ জিলা সংখ্যা লঘু কোষেও এখন আবেদন দাখিল কৰে তামুলপুৰ জিলা বিপিএফৰ নেতৃত্বৰ হাতত।

সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে তেওঁ বিপিএফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে টিকট লাভ কৰিলে তেওঁৰ বিজয় সুনিশ্চিত। কিয়নো সমষ্টিটোত তেওঁ বিগত কেইবা বছৰ ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত লগ লাগি উন্নয়নৰ কাম কৰি আহিছে।

তেওঁ এমচিএলএ হিচাপে নিৰ্বাচিত হ’লে নাগ্ৰীজুলি বিটিচি পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত উন্নয়নৰ কাম কৰাৰ লগতে নাৰী সৱলীকৰণ, দক্ষতা  বিকাশ যোজনাৰ অধীবত  নিবনুৱা সমস্যাৰ সমাধান কৰা, কৃষকৰ জ্বলন্ত সমস্যা খেতি পথাৰত পানী যোগান আঁচনি আদিকে ধৰি বিভিন্ন উন্নয়ণমূলক আঁচনিৰ কাম কৰিব বুলি সদৰী কৰে।

আলাউদ্দীনৰ উপৰিও ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ পৰা  বিপিএফ দলৰ প্ৰাৰ্থীত্ব বিচাৰি  উদয় নায়ক, খগেন দাস আৰু ৰাজেশ্বৰ দাসেও তামুলপুৰ জিলা বিপিএফৰ ওচৰত আবেদন জনাইছে বুলি জানিব পৰা গৈছে।

Recent News

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd