সাৱধান! এই ৬টা কথালৈ মন নকৰিলে শূন্য হৈ পৰিব পাৰে আপোনাৰ বেংকৰ একাউণ্ট

SBI

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰায় প্ৰতিদিনেই দেশৰ বিভিন্ন প্ৰান্তত প্ৰতাৰণা আৰু ঠগবাজীৰে বহু গ্ৰাহকৰ বেংকৰ একাউণ্টৰ পৰা দুষ্ট চক্ৰই ধন সৰকাই নিয়াৰ ঘয়না ঘটি আহিছে।

অসমত এনে ঘটনা এতিয়া প্ৰায়ে ঘটিবলৈ লোৱা দেখা গৈছে।

প্ৰতাৰক চক্ৰৰ প্ৰতাৰণাৰ বলি আপুনিও হ’ব পাৰে যদিহে বেংকে কৈ অহা এই কথা কেইটালৈ আপুনি গুৰুত্ব নিদিয়ে।

শেহতীয়াকৈ দেশৰ বৃহত্তম বেংকিং প্ৰতিষ্ঠান ষ্টেট বেংক অৱ ইণ্ডিয়াই বেংকৰ গ্ৰাহকসকলক সজাগ আৰু সচেতন কৰাৰ বাবে কেইটামান বিশেষ পৰামৰ্শ আগবঢ়াইছে।

এই পৰামৰ্শাৱলী সঠিক ভাবে মানি চলিলে কোনো এজন গ্ৰাহকেই সহজে প্ৰতাৰক চক্ৰৰ গ্ৰাসত পৰাৰ আশংকা বহু খিনি কমি যাব। কি সেই পৰামৰ্শাৱলী চাওঁ আহক—

এই নিয়ম কেইটা ভালদৰে মানি চলিলেই প্ৰতাৰক চক্ৰই সহজে আপোনাৰ একাউণ্টৰ ধন সৰকাই নিব নোৱাৰে।