• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোডীক ‘সমালোচনা’ কৰি ৰাজৰোষত সাংবাদিক; ভাৰত এৰি যাব লগা হ’ল গুচি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2024 9:24 am
অষ্ট্ৰেলিয়াৰ এবিচি নিউজৰ ভাৰতত দক্ষিণ এছিয়াৰ ব্যুৰো চীফ অভনী ডায়াছ। ফটোঃ সংগ্ৰহীত।

অষ্ট্ৰেলিয়াৰ এবিচি নিউজৰ ভাৰতত দক্ষিণ এছিয়াৰ ব্যুৰো চীফ অভনী ডায়াছ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমালোচনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। গতিকে ৰাজৰোষত পঢ়িব লগা হ’ল। এনে অভিযোগ সাংবাদিকগৰাকীৰ। তেওঁ ভাৰত এৰি গুচি যাব লগা হ’ল। চৰ্চাৰ মাজলৈ অহা এই সাংবাদিকগৰাকী হৈছে অভনী ডায়াছ।

৩২ বছৰীয়া এইগৰাকী মহিলা অষ্ট্ৰেলিয়াৰ বাসিন্দা। সেই দেশৰ এবিচি নিউজৰ কৰ্মী। তেওঁ ভাৰতত দক্ষিণ এছিয়াৰ ব্যুৰো চীফ হিচাপে নিযুক্তি লাভ কৰিছিল। এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত তেওঁ ভাৰত এৰি অষ্ট্ৰেলিয়ালৈ উভতি যায়।

ঘৰলৈ উভতি গৈ মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল। প্ৰতিবেদনত নৰেন্দ্ৰ মোডীক সমালোচনা কৰাৰ বাবেই তেওঁ ভাৰত এৰিবলগীয়া হোৱা বুলি অভিযোগ কৰে। ভাৰত চৰকাৰে তেওঁৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰা নাছিল।

Apply Now

লগতে পঢ়কঃ IPL 2024: অধিনায়ক সঞ্জুৰ বেটিং বিক্ৰমত ধৰাশায়ী লক্ষ্ণৌ; প্লে অফৰ দৌৰত সবাতোকৈ আগত ৰাজস্থান

অভনীয়ে দাবী কৰিছে যে তেওঁ লোকসভা নিৰ্বাচনৰ বাবে ২ মাহৰ ভিছা বৃদ্ধিৰ বাবে আবেদন কৰিছিল। ভাৰত চৰকাৰে তাত অনুমোদন দিয়া নাছিল। অভনীয়ে ছচিয়েল মিডিয়াত লিখিছে, ভাৰত চৰকাৰে দাবী কৰিছে যে মোৰ ৰিপ’ৰ্টিঙে সীমা অতিক্ৰম কৰিছে। সেয়ে মোৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰা নহ’ব।

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোতে অভনীয়ে ভাৰত এৰি গুচি যায়। ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। লোকসভা নিৰ্বাচন এই দেশৰ গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ। সেই ভোটৰ বাতৰি প্ৰকাশ কৰাটো বিশ্বৰ বহু সাংবাদিকৰ সপোন। সেই সপোনৰ ওচৰলৈ অহাৰ পিছতো অভনী ঘূৰি যাব লগা হ’ল। ইয়াৰ বাবে তেওঁ বিশ্বৰ গণতন্ত্ৰৰ প্ৰশাসনিক মুৰব্বীকে কাঠগড়াত তুলিছে।

লগতে পঢ়কঃ মিছলীয়া প্ৰধানমন্ত্ৰীৰ কথাত এতিয়া দেশৰ জনতাই গুৰুত্ব নিদিয়ে : মল্লিকাৰ্জুন খাৰ্গে

ইয়াৰ পূৰ্বে বিবিচি মোডী চৰকাৰৰ ৰোষৰ সন্মুখীন হৈছিল। ইংলেণ্ডৰ চৰকাৰী সংবাদ মাধ্যম। ২০০২ চনত গুজৰাটত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ওপৰত তেওঁলোকে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। সেই সময়ত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। বিবিচিয়ে তেওঁক সমালোচনা কৰি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। এই সন্দৰ্ভত তীব্ৰ বিতৰ্ক চলিছিল।

We were also told my election accreditation would not come through because of an Indian Ministry directive. We left on day one of voting in the national election in what Modi calls "the mother of democracy”.

Hear more on our podcast Looking for Modi: https://t.co/rn6wTkdI21

— Avani Dias (@AvaniDias) April 22, 2024

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দিল্লীত থকা বিবিচিৰ কাৰ্যালয়ত তালাচী চলায়। শেহতীয়াকৈ শুনা গৈছে যে বিবিচিয়ে ভাৰতৰ পৰা ব্যৱসায় তুলি নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd