• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: অধিনায়ক সঞ্জুৰ বেটিং বিক্ৰমত ধৰাশায়ী লক্ষ্ণৌ; প্লে অফৰ দৌৰত সবাতোকৈ আগত ৰাজস্থান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2024 7:48 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধিনায়ক সঞ্জু চেমছনৰ বেটিঙ বিক্ৰমত ধৰাশায়ী হ’ল লক্ষ্ণৌ। ৰাজস্থান ৰয়েলছৰ প্লে অফ খেলাটো আপাততঃ নিশ্চিত হৈ পৰিল। শনিবাৰে নিশা পুনৰ অধিনায়কোচিত প্ৰদৰ্শন দাঙি ধৰে সঞ্জুৱে। তেওঁ ৭১ ৰানৰ অপৰাজিত ইনিংছ খেলে। সহযোগ কৰিলে ধ্ৰুৱ জুৰেল (৫২), যশস্বী জয়ছোৱাল (২৪) আৰু জোছ বাটলাৰে (৩৪)। ১৯ অভাৰত মাত্ৰ তিনিটা উইকেট হেৰুৱাই দলটোৱে ১৯৭ ৰানৰ লক্ষ্যত উপনীত হয়।

বৰ্তমানৰ আই পি এলত খেলৰ সংখ্যা যিমানে বৃদ্ধি পাইছে বলাৰৰ মৰ্যাদাও সিমানে কমি আহিছে। বেটছমেনক বাউণ্ডেৰীৰ বাহিৰত বল পেলাবলৈকে যেন তেওঁলোকে বাইছ গজত বল এৰি দিছে! যোৱা কেইদিনমানৰ মেচবোৰত এনেদৰেই বৈছে ৰানৰ বন্যা।

অৱশ্যে সেই বেটছমেনশ্বিপ শনিবাৰে দ্বিতীয়খন মেচত দেখা পোৱা নগ’ল। মন্থৰ পিটচত ৰাজস্থানৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ৫ উইকেটত ১৯৬ ৰান সংগ্ৰহ কৰে। কে এল ৰাহুল আৰু দীপক হুডাই দৰ্শনীয় অৰ্ধ শতক কৰে।

Apply Now

টছত জয়লাভ কৰি ৰাজস্থানে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। মন্থৰ পিটচৰ সুযোগ লৈ সঞ্জুৰ দলৰ বলাৰসকলে বেটছমেনক বান্ধি ৰাখে। লক্ষ্ণৌৰ হৈ কুইণ্টন ডি ককে ভাল আৰম্ভণি কৰিছিল, প্ৰথম দুটা বলত ট্ৰেণ্ট ব’ল্টক দুটা চাৰি মাৰিছিল। অৱশ্যে তেওঁ বেছি সময় টিকি নাথাকিল। দক্ষিণ আফ্ৰিকাৰ বেটছমেনগৰাকীয়ে ব’ল্টৰ তৃতীয় বলত ক্লিন বোল্ড হয়।

শেষৰখন খেলত শতক অৰ্জনকাৰী মাৰ্কাছ ষ্ট’ইনিছেও কম সময়ৰ ভিতৰতে ঘূৰি যায়। ইয়াৰ পিছত অধিনায়ক ৰাহুল আৰু দীপকে দলটোৰ নেতৃত্ব লয়। লক্ষ্ণৌৱে এই দুজন বেটছমেনৰ বাবে ৫টা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্ৰহ কৰে। কে এল ৰাহুলে ৪৮ বলত ৭৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল। তেওঁ আঠটা চাৰি, দুটা ছয় মাৰে। সহযোগী দীপক হুডাই ৩১টা বলত ৫০ ৰান সংগ্ৰহ কৰে।

ৰাজস্থানৰ দুই অ’পেনাৰ যশস্বী জয়ছোৱাল (২৪) আৰু জোছ বাটলাৰে (৩৪) সুন্দৰ আৰম্ভণি কৰে। ষষ্ঠ অভাৰৰ শেষৰ বলটোত যুটীটো ভাঙিল। যশ ঠাকুৰে জোছ বাটলাৰক বল আউট কৰে। পৰৱৰ্তী অভাৰৰ প্ৰথম বলত যশস্বীও উভতি আহে।

একেৰাহে দুটা উইকেট পৰিলেও তেতিয়ালৈকে ৰাজস্থানৰ ভেটি শক্তিশালী আছিল। তদুপৰি ক্ৰীজত নামিয়ে ভৰসা যোগায় দলৰ বেটিং স্তম্ভ সঞ্জু চেমচনে। শনিবাৰৰ দিনটোত সঞ্জুৱে অধিনায়কৰ দৰে খেলিছিল। তেওঁ ৩৩টা বলত ৭১ ৰানৰ অপৰাজিত ইনিংছ খেলে। তেওঁ মুঠতে চাৰিটা অভাৰ বাউণ্ডেৰী আৰু ৭টা বাউণ্ডেৰী মাৰে।

সঞ্জুৰ সংগী আছিল ধ্ৰুৱ জুৰেল (৫২)। তেওঁলোকে নিজৰ ইচ্ছামতে খেলৰ গতি নিয়ন্ত্ৰণ কৰিছিল। লক্ষ্ণৌৰ বলাৰসকলে কোনো ধৰণৰ প্ৰতিৰোধ আগবঢ়়াব নোৱাৰিলে। শেষত ৰাজস্থান ৰয়েলছে ১৯ অভাৰত লক্ষ্যত উপনীত হয়। ফলত ৰাজস্থান ৰয়েলছৰ প্লে অফ খেলা আপাততঃ নিশ্চিত হৈ পৰে।

সংক্ষিপ্ত স্কোৰঃ

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ ১৯৬/৫ (কে এল ৰাহুল ৭৬, দীপক হুদা ৫০, সন্দীপ ৩১/২)

ৰাজস্থান ৰয়েলছঃ ১৯৯/৫ (সঞ্জু চেমচন ৭১, ধ্ৰুৱ জুৰেল ৫২, যশস্বী জয়ছোৱাল ২৪, জোছ বাটলাৰ ৩৪)

ৰাজস্থানে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd