• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাঘত আলিয়া ভাতৰ বিয়া!

Nenow এন ই নাও নিউজ
গুৱাহাটী , October 22, 2019 6:13 pm

1 min read

Alia Bhatt Ranbir Kapoor wedding?

আলিয়া ভাত। সৌজন্য-- টুইটাৰত ৰাজহুৱা কৰি ৰখা ছবি।

590
VIEWS
Share on FacebookShare on Twitter

বলিউদ অভিনেত্ৰী আলিয়া ভাতৰ এই মাঘতে বিয়া বুলি চৰ্চা চলিছে।

অভিনেতা ৰনবীৰ কাপুৰৰ সৈতে আলিয়াৰ প্ৰেমক লৈ বিভিন্ন খবৰ প্ৰচাৰিত হৈ থাকে। কিন্তু এইবাৰ চিধা তেওঁলোকৰ বিয়াৰ “নিমন্ত্ৰণী পত্ৰ”খনেই ভাইৰেল হৈ পৰিছে।

জানুৱাৰিত বিয়া বুলি উল্লেখ থকা পত্ৰখনৰ সত্যাসত্যতা সম্পৰ্কে আলিয়াকো সোধা হৈছে— তেওঁ বিয়াৰ কথা কোৱা নাই কিন্তু নহয় বোলাও নাই।

“মই এতিয়া কি ক’ম,” এয়া আছিল বিমান বন্দৰত পিছ লোৱা সাংবাদিকে বিয়া সম্পৰ্কে সোধোতে আলিয়াই হাঁহিমুখে দিয়া সঁহাৰি।

 

View this post on Instagram

 

Good morning ❤ #aliabhatt

A post shared by Viral Bhayani (@viralbhayani) on Oct 21, 2019 at 9:32pm PDT

গতিকে সঁচাকৈয়ে এই মাঘতে আলিয়া-ৰনবীৰৰ বিয়া হ’লেও আচৰিত হ’বলগীয়া নাথাকিব?

ৰনবীৰৰ দেউতাক প্ৰখ্যাত অভিনেতা ৰিশি কাপুৰ শেহতীয়াকৈ জটিল ৰোগত ভুগি নিউ য়ৰ্কত থাকোতেও আলিয়াক কাষত দেখা গৈছিল।

কেনিয়াৰ প্ৰাকৃতিক শোভাৰ মাজত কটোৱাৰ দুয়ো একেলগে কটোৱাৰ কিছু ছবি ৰনবীৰ-আলিয়াই কিছুদিন পূৰ্বে ৰাজহুৱা কৰিছিল।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd