• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত দৃষ্টিহীন সকললৈ স্মাৰ্টফোন, স্মাৰ্ট কে’ন আগবঢ়াব ‘এলিমক’ ইণ্ডিয়া’ই

Nenow পার্শ্বজোতি গগৈ
শিৱসাগৰ , May 18, 2019 7:34 pm

1 min read

শিৱসাগৰত দৃষ্টিহীন সকললৈ স্মাৰ্টফোন, স্মাৰ্ট কে’ন আগবঢ়াব ‘এলিমক’ ইণ্ডিয়া’ই
1.7k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ গিৰীন্দ্ৰনাথ গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত উজনি অসম দৃষ্টিহীন ছাত্র সন্থাৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসন, জিলা স্বাস্থ্য সমিতি আৰু জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ সহযোগত আজি ‘এলিমক’ ইণ্ডিয়া’ই  উজনি অসমৰ দৃষ্টিহীন সকলৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি (স্মাৰ্ট ফোন/ স্মাৰ্ট ৱাকিং কে’ন) বিতৰণৰ চিনাক্তকৰণ আৰু পঞ্জীয়নৰ এক শিবিৰ আয়োজন কৰে।

উক্ত শিবিৰটো বন্তি প্ৰজ্জ্বলনেৰে উদ্বোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত এছ লক্ষ্মণনে। এই অনুষ্ঠানত জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰিপুন বৰপূজাৰী, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰাজীৱ কুমাৰ বৰুৱা, মেট্ৰন যুতিকা গগৈ, উজনি অসম দৃষ্টিহীন ছাত্র সন্থাৰ সম্পাদক গোবিন্দ সোনাৰ লগতে জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।

উক্ত শিবিৰত প্ৰায় ডেৰশ লোকক পৰীক্ষা কৰা হয়। পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া আন এক শিবিৰত সা-সঁজুলিসমূহ বিতৰণ কৰা হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd