DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 6:33 pm
105
VIEWS
Share on FacebookShare on Twitter

শ্ৰুতি মধুৰ আৰু দৰদী কণ্ঠত তেওঁ হিন্দী আৰু বিভিন্ন ভাষাত হাজাৰোধিক গান গাইছে। এয়া জনা যায় যে ভাৰতীয় গায়িকা অলকা য়াগনিকে প্ৰায় ১,০০০ চলচ্চিত্ৰৰ গানত কণ্ঠদান কৰিছে।

সময়ৰ সোঁতত সাংগীতিক যাত্ৰা  হয়তো কিছু স্তিমিত হৈছে । তথাপি, অলকা য়াগনিকৰ জোৱাৰ কমি যোৱা নাই। আনকি ২০২২ চনতো মানুহে তেওঁৰ গান তামাম শুনি আছে। অন্ততঃ ইউটিউবৰ তথ্যই সেইটোৱেই কয়।

লগতে পঢ়ক: পিতৃ পাকিস্তানী-মাতৃ বাংলাদেশী; কিন্তু পুত্ৰৰ নাম কিয় ৰাখিলে ইণ্ডিয়া?

সংগীতৰ শেহতীয়া চাঞ্চল্য বিটিএছ, ব্লেক পিংক আৰু টেইলৰ চুইফ্টতকৈও ২০২২ চনত ইউটিউবত ৫৬ বছৰীয়া অলকা য়াগনিকৰ গান শ্ৰোতাই অধিক শুনিছে।

তাতেই হৈছে এক বিশ্ব ৰেকৰ্ড। গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে বিশ্বজুৰি প্ৰতিদিনে অলকাৰ গড়ে ৪২ নিযুত গান শুনা গৈছে। ২০২২ চনত তেওঁৰ গানবোৰ ১৫.৩ বিলিয়ন বাৰ ষ্ট্ৰিমিং হৈছিল।

অলকাৰ পিছত আছে পুয়েৰ্টো ৰিকোৰ বেড বানি। তেওঁৰ গানবোৰ ১৪.৭ বিলিয়ন বাৰ শুনা গৈছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে অলকাক বলীউডৰ ‘আইকনিক ভইচ’ বুলি অভিহিত কৰিছে।

শীৰ্ষ পাঁচজনৰ ভিতৰত বাকী তিনিজন ভাৰতীয়। তেওঁলোক হৈছে উদিত নাৰায়ণ, অৰিজিৎ সিং আৰু কুমাৰ চানু। তেওঁলোকৰ গানবোৰ ক্ৰমান্বয়ে ১০.৮ বিলিয়ন বাৰ, ১০.৭ বিলিয়ন আৰু ৯.০৯ বিলিয়ন বাৰ শুনা গৈছে।

লগতে পঢ়ক: ‘কাশ্মীৰীসকলে গ্ৰেনেড নহয়, দিছে প্ৰেম ভৰা হৃদয়’: সতৰ্কবাণী নেওচি দাবী ৰাহুল গান্ধীৰ

আনহাতে, বিটিএছ-ৰ গানবোৰ ৭.৯৫ বিলিয়ন বাৰ ষ্ট্ৰিমিং হৈছে। ব্লেক পিংক ৭.০৩ বিলিয়ন আৰু টেইলৰ চুইফ্টৰ গান ৪.৩৩ বিলিয়ন বাৰ শুনা গৈছে।

Recent News

বিজেপি বিলাস! ১০০ কোটি টকা ব্যয়েৰে মধ্য প্ৰদেশত নিৰ্মাণ কৰিব ১০ মহলীয়া দলীয় কাৰ্যালয়

বিজেপি বিলাস! ১০০ কোটি টকা ব্যয়েৰে মধ্য প্ৰদেশত নিৰ্মাণ কৰিব ১০ মহলীয়া দলীয় কাৰ্যালয়

বিজেপি-আৰএছএছৰ চক্ৰবেহুত ৰাহুল! অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে গোচৰৰ তালিকা

বিজেপি-আৰএছএছৰ চক্ৰবেহুত ৰাহুল! অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে গোচৰৰ তালিকা

Rahul Gandhi

ভাৰত জোড়ো যাত্ৰা আৰু আদানী কেলেংকাৰীৰ মূল্য দিবলগীয়া হৈছে ৰাহুল গান্ধীয়ে! অভিযোগ কংগ্ৰেছৰ

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd