• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱসান শ্বাসৰুদ্ধকৰ ১৭ টা দিনৰ: মুকলি আকাশৰ তললৈ সুৰঙ্গত আৱদ্ধ ৪১ শ্ৰমিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2023 9:48 pm
Uttarkashi Tunnel
9.4k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত উত্তৰাখণ্ডৰ ছিল্ক্যাৰাৰ সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকে ১৭ দিনৰ পিছত দেখা পালে মুকলি আকাশ।

দীৰ্ঘদিনীয়া অভিযানৰ অন্তত আজি সফলতাৰ মুখ দেখিলে শ্ৰমিকসকলক উদ্ধাৰৰ বাবে চলি থকা উদ্ধাৰ অভিযানে।

দেশী-বিদেশী বহু উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰেৰে শ্ৰমিক উদ্ধাৰৰ বাবে চলি থকা অভিযানৰ অন্তত আজি সুৰংগত আৱদ্ধ প্ৰতিগৰাকী শ্ৰমিকক উদ্ধাৰ কৰা হয়।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, চমুকৈ NDRFৰ কৰ্মীসকলে প্ৰথমে পাইপেৰে তললৈ নামি শ্ৰমিকসকলৰ অৱস্থাৰ মূল্যায়ন কৰিছিল।

তাৰ পিছত সুনিৰ্দিষ্ট পৰিকল্পনাৰ আধাৰত জৰিয়তে তেওঁলোকক পথ প্ৰদৰ্শন কৰি বাহিৰলৈ উলিয়াই আনে।

উল্লেখ্য যে, ঘটনাস্থলীত প্ৰতিগৰাকী শ্ৰমিকৰ বাবে এখনকৈ, মুঠ ৪১ খন এম্বুলেন্স সাজু কৰি ৰখা হৈছিল।

সুৰংগৰ ভিতৰতে শ্ৰমিকসকলৰ প্ৰাথমিক স্বাস্থ্য পৰিক্ষাৰ পিছত প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত চিনিয়ালিছাউৰত স্থাপন কৰা জৰুৰীকালীন চিকিৎসা কেন্দ্ৰলৈ তেওঁলোকক লৈ যোৱা হয়।

অভিযানৰ সফলতাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট যোগে আৱদ্ধ শ্ৰমিক তথা তেওঁলোকৰ পৰিয়ালৰ সাহস আৰু ধৈৰ্য্য আৰু উদ্ধাৰ কৰ্মীৰ সাহস আৰু দৃঢ়তাৰ প্ৰশংসা কৰে।

Recent News

৩৭০ নং অনুচ্ছেদ আম্বেদকাৰৰ এক ভাৰতৰ বাবে এক সংবিধানৰ মতাদৰ্শৰ বিৰোধী আছিল: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

৩৭০ নং অনুচ্ছেদ আম্বেদকাৰৰ এক ভাৰতৰ বাবে এক সংবিধানৰ মতাদৰ্শৰ বিৰোধী আছিল: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

কেন্দ্ৰৰ নতুন নিয়মঃ মটৰবাইক ক্ৰয়ত বিনামূলীয়াকৈ দিব লাগিব দুটাকৈ হেলমেট আৰু ২০২৬ৰ পৰা বাধ্যতামূলক হ’ব ABS

কেন্দ্ৰৰ নতুন নিয়মঃ মটৰবাইক ক্ৰয়ত বিনামূলীয়াকৈ দিব লাগিব দুটাকৈ হেলমেট আৰু ২০২৬ৰ পৰা বাধ্যতামূলক হ’ব ABS

GT আৰু PGT নিযুক্তিক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

GT আৰু PGT নিযুক্তিক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

সংবিধানৰ প্ৰস্তাৱনাৰ ৪২ সংখ্যক সংশোধনীৰ পুনৰ মূল্যায়নৰ বিতৰ্ক: সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দক লৈ RSS আৰু কংগ্ৰেছৰ সংঘাত

সংবিধানৰ প্ৰস্তাৱনাৰ ৪২ সংখ্যক সংশোধনীৰ পুনৰ মূল্যায়নৰ বিতৰ্ক: সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দক লৈ RSS আৰু কংগ্ৰেছৰ সংঘাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd