• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিৰ্ভয়া কাণ্ডৰ অভিযুক্তৰ অধিবক্তা এ.পি. সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আইন ছাত্ৰ সন্থাৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 20, 2020 8:18 pm

2 min read

নিৰ্ভয়া কাণ্ডৰ অভিযুক্তৰ অধিবক্তা এ.পি. সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আইন ছাত্ৰ সন্থাৰ
27.1k
VIEWS
Share on FacebookShare on Twitter

নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্তৰ অধিবক্তা এ.পি. সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সদৌ অসম আইন ছাত্ৰ সন্থাই। বাৰ কাউন্সিল অৱ ইণ্ডিয়াক উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাব বুলি আমাৰ সাংবাদিকক জানিবলৈ দিছে আইন ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্য নিৰ্বাহক মৃন্ময় কলিতাই।

‘এ.পি. সিঙৰ বিৰুদ্ধে বাৰ কাউন্সিল অৱ ইণ্ডিয়াত এখন অভিযোগ নামা দাখিল কৰিম। আমি বিচাৰো যাতে এনেধৰণৰ মানসিকতা থকা অধিবক্তা থাকিব নালাগে। বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতি অনুৰোধ তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘ কলিতাই এইদৰে কয়।

ইপিনে, অধিবক্তাগৰাকীয়ে কৰা মন্তব্যৰ গৰিহনা দি তেওঁ কয় ‘এ.পি. সিঙ যিটো বৃত্তিত আছে সেয়া আইনৰ বৃত্তি। গতিকে এই ক্ষেত্ৰত তেওঁ এই বৃত্তিত থাকি অপৰাধীকেইজনৰ হকে মাত মাতিছে। এইটো তেওঁৰ সংবিধানে দিয়া অধিকাৰ। কিন্তু তাৰ পৰিৱৰ্তে তেওঁ নিশা ১২-১২:৩০ লৈকে ছোৱালীজনী ঘূৰি আছে বুলি কিয় মন্তব্য কৰিলে? সেইটো এগৰাকী যুৱতীক সংবিধানে দিয়া অধিকাৰ, এইক্ষেত্ৰত তেওঁ মাত মাতিবলগীয়া একো নাই।‘

তেওঁ লগতে কয় ‘ছোৱালীজনী ঘূৰিলে বুলিয়েই তেওঁৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন তুলিব নেকি? তেওঁ এই মন্তব্যৰে আইনৰ বৃত্তিত কালিমা সানিলে। মানৱতাৰ দৃষ্টিৰে চালে অপৰাধীকেইজনৰ অধিবক্তা হৈয়ে তেওঁ মানৱতাক চৰম আঘাত কৰিছে।’

উল্লেখযোগ্য যে ২০১২ চনৰ ১৬ ডিচেম্বৰৰ নিশা দিল্লীত সংঘটিত নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ চাৰিজন অভিযুক্তক আজি পুৱা ৫.৩০ মান বজাত তিহাৰ জেইলত ফাঁচি দিয়া হয়।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd