• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৮ আৰু ২৯ জুলাইত শিৱসাগৰত সদৌ অসম শিশু নাট সমাৰোহৰ আয়োজন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 11, 2019 12:34 pm
5.5k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৃত, ৰংমন, খোজ, যুগান্তৰ, বিহু সুৰক্ষা সমিতি, অসম আৰু মাহেকীয়া বাৰ্তালোচনী ৰংপুৰ বাৰ্তাৰ সহযোগত শিৱসাগৰ নগৰত আয়োজন কৰিবলৈ লোৱা হৈছে অষ্টম বাৰ্ষিক সদৌ অসম শিশু নাট সমাৰোহ।

শিৱসাগৰ চহৰৰ মাজমজিয়াত অৱস্থিত নাট্য মন্দিৰত অহা ২৮ আৰু ২৯ জুলাইত অনুষ্ঠিত হ’ব লগীয়া শিশু নাট সমাৰোহত অসমৰ বহু কেইটা দলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।

প্ৰতিযোগীতাখনত বিজয়ী দলকেইটাক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত দলক ক্ৰমে ২২,০০০, ১২,০০০ আৰু ৭,০০০ টকা প্ৰাইজমানি দিয়াৰ লগতে শৃংখলাবদ্ধ নাট্য দলক ৫,০০০ টকা আৰু বিচাৰকৰ বিশেষ সন্মান হিচাপে পাঁচটা নাট্য দলক ৩,০০০ টকাকৈ আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিয়ে শিৱসাগৰ নাট্য বিদ্যালয়ৰ সম্পাদক জিতুজ্যোতি গায়ন আৰু আকাশ দুৱৰীয়ে।

আনহাতে বিগত বছৰৰ দৰে এই বছৰো সদৌ অসম শিশু নাট সমাৰোহত ‘সৌৰভপ্ৰাণ শিৱসাগৰ’ বঁটা প্ৰদান কৰা হ’ব। ২০১৯ বৰ্ষৰ সৌৰভপ্ৰাণ শিৱসাগৰ বঁটা শিৱসাগৰৰ সমাজ আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়াই অহা শিক্ষাবিদ তথা সমাজকৰ্মী হাচনা আৰা বেগমক প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

তদুপৰি শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি প্ৰশান্ত বৰগোহাঁই আৰু মৃতুল চেতিয়া পাতৰৰ সম্পাদনাত অংকুৰণ নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ’ব।

নাট সমাৰোহৰ সন্দৰ্ভত যিকোনো বিষয় বা সবিশেষ জানিবলৈ ৮৬৩৮২৮৮৯৭২, ৯৪৩৫২৬৩৭৮০, ৯৯৫৪৯৮৬৫৩৬, ৯৪৩৫৫১৬৩৩০, ৯৯৫৪২৩৭০৪২, ৭০০২৭১৪৮৯৫ নম্বৰত যোগাযোগ কৰিব পাৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd