• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা

১৫ আগষ্টৰ আগতে দাবী সমূহ নিস্পত্তি নকৰিলে গণতান্ত্ৰিক পন্থাৰে আন্দোলনৰ চিন্তাচৰ্চা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 24, 2022 5:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় ৷ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত অনুষ্ঠিত সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ দ্বাদশ দ্বি বাৰ্ষিক অধিৱেশন অহা ২৬ আৰু ২৭ নৱেম্বৰত বঙাইগাঁও জিলাত অনুষ্ঠিত কৰাৰ বিষয়ত বিশদ আলোচনা কৰি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভাপতি গোপীনাথ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকক সভাপতি,নিশি ৰঞ্জন দাসক কাৰ্যকৰী সভাপতি আৰু নন্দলাল বৰ্মনক সম্পাদক হিচাপে লৈ মুঠ ৯ খন উপ সমিতিসহ এখনি পূৰ্ণাংগ আদৰণি সমিতি গঠন কৰা হয়৷

Apply Now

উল্লেখ্য যে ইয়াৰ পিচতে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষতে সন্থাৰ কৰ্ণধাৰ সমিতিৰ এখন জৰুৰী বৈঠকো অনুষ্ঠিত হয়৷ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দীৰ্ঘদিনীয়া নাৰ্য্য দাবী সমুহ অসম চৰকাৰে নিস্পত্তি কৰাৰ কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ নকৰাত সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ লগতে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগ আৰু বিত্ত বিভাগে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ নাৰ্য্য প্ৰাপ্তিৰ ক্ষেত্ৰত কৰি অহা চক্ৰান্ত তথা অৱহেলাৰ বাবেও অসন্তুষ্টি প্ৰকাশ কৰে৷

সভাই লগতে বিষয়টো সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীক ব্যক্তিগত হস্তক্ষেপৰ বাবে আহ্বান জনায় আৰু অহা ১৫ আগষ্টৰ আগতে সন্থাৰ দাবী সমুহ নিস্পত্তি কৰিবলৈ দাবী জনায়৷ অন্যথা সন্থাই অনিচ্ছাস্বত্বেও গণতান্ত্ৰিক পন্থাৰে আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হ’ব বুলি সংগঠনটোৰ সভাপতি গোপীনাথ দত্ত আৰু সাধাৰণ সম্পাদক ৰঞ্জন ৰাইডঙ্গীয়াই এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd