DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

C(A)A-ৰ বিৰোধিতাৰে ৩০ জানুৱাৰিত কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2020 6:01 pm
Tamulpur story

তামুলপুৰত কৰ্মচাৰী পৰিষদৰ সভা

634
VIEWS
Share on FacebookShare on Twitter

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত ২০ জানুৱাৰিত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আমন্ত্ৰণত সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া নাগৰিকত্ব(সংশোধন)আইনৰ বিৰুদ্ধে কৰ্মচাৰী পৰিষদৰ কাৰ্য্যসূচী আৰু ভবিষ্যত স্থিতিৰ বিষয়ে আলোচনা কৰা হয়।

অসম আন্দোলনত কৰ্মচাৰী পৰিষদৰ অৱদানৰ বিষয়ে আলোকপাত কৰি পৰিষদৰ প্ৰধান সম্পাদক ফকৰুদ্দিন আহমেদে অসম আন্দোলনত জনতাৰ পক্ষ গ্ৰহণ কৰি কৰ্মচাৰী পৰিষদে আন্দোলনত জপিয়াই পৰিছিল বুলি মন্তব্য কৰি ‘কা’ই অসম আন্দোলনৰ ফচল অসম চুক্তিক অৱমাননা কৰা বুলি কয়।

কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব(সংশোধন)আইন জাপি দিয়া সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম কৰ্মচাৰী পৰিষদে অহা ৩০ জানুৱাৰিত ৰাজ্যজুৰি ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলিও সভাত প্ৰস্তাৱ গ্ৰহণ কৰে।

ৰাজ্যৰ প্ৰতিখন জিলাত কৰ্মচাৰী সকলে এই কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি পৰিষদৰ তৰফৰ পৰা ঘোষণা কৰা হয়।

আনহাতে, সভাত কৰ্মচাৰী পৰিষদে ২৩ জানুৱাৰিত সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰা বজ্ৰনিনাদ কাৰ্য্যসূচীৰ প্ৰতিও মুকলি সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে পৰিষদে।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd