• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্য্যসূচী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2021 3:55 pm

1 min read

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্য্যসূচী

প্ৰতিবাদকাৰী, উৎস-ইণ্টাৰনেট

130
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগতকৰণ কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসমৰ বিভিন্ন প্ৰান্তত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

চিৰাং জিলাতো সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে চিৰাং জিলা সমগ্ৰ শিক্ষা অসমৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰী সকলে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দীৰ্ঘদিনৰ পৰা তেওঁলোকক বঞ্চিত কৰি থকা বুলি অভিযোগ উত্থাপন কৰে।

আনহাতে, আগন্তুক দিনত চৰকাৰে ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ দাবী সমূহ পুৰণ নকৰিলে অধিক আন্দোলন গঢ়ি তোলা হ’ব বুলি কয়।

প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ আমাৰ দাবী মানিবই লাগিব, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

চিৰাং জিলাৰ লগতে মৰিগাঁও জিলাতো মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি চৰকাৰলৈ স্মৰকপত্ৰ প্ৰেৰণ কৰে।

Recent News

Screenshot_20210304-173734_WhatsApp

কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিলে আলফা স্বাধীনে; প্ৰণৱ কুমাৰ গগৈৰ গৃহত উপস্থিত হৈ কি ক’লে কৌশিক ফুকনে?

অন্তিমখন টেষ্টতো ইংলেণ্ডৰ বেটিং বিপৰ্যয়, ভাৰতীয় স্পীনাৰৰ সফলতাৰ ধাৰা অব্যাহত

অন্তিমখন টেষ্টতো ইংলেণ্ডৰ বেটিং বিপৰ্যয়, ভাৰতীয় স্পীনাৰৰ সফলতাৰ ধাৰা অব্যাহত

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd