• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা ছলাকটকীত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্ৰীয় অধিবেশন আৰম্ভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 18, 2020 10:46 am

1 min read

আজিৰে পৰা ছলাকটকীত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্ৰীয় অধিবেশন আৰম্ভ

উৎস-ইণ্টাৰনেট

698
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে দুলীয়াজানৰ ছলাকটকীত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্ৰীয় অধিবেশন।

১৮ নবেম্বৰৰ পৰা ২১ নবেম্বৰলৈ চলিবলগীয়া এই অধিবেশনৰ বাবে ইতিমধ্যে যাৱতীয় সকলো ধৰণৰ প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে সদৌ অসম ছাত্ৰ সন্থাই।

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ছাত্ৰ প্ৰতিনিধি সকলক আদৰাৰ বাবে আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে মূল মণ্ডপৰ লগতে অতিথি গৃহ, খাদ্য গৃহকে কৰি গা-ধোৱা ঘৰ ইত্যাদি।

গ্ৰন্থমেলা, থলুৱা খাদ্যৰ বিপনীৰ লগতে বিভিন্ন প্ৰদৰ্শনীৰে সজাই তোলা অধিবেশন স্থলীৰ মূল আকৰ্ষণ হৈছে ১০ হেজাৰ প্ৰতিনিধি একেলগে বহিব পৰা বিশাল মূল মণ্ডপ আৰু আদৰণি তোৰণখন।

আজি ৰাতিপুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূল তোৰণৰ আৰ্হিত সাজি উলিওৱা অধিবেশনৰ মূল তোৰণ মুকলি কৰিব দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোকবিকাশ গগৈয়ে।

বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ’বলগীয়া অধিবেশনত ১৯ নবেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সভাপতি দীপাংক কুমাৰ নাথে আৰু শ্বহীদ তৰ্পন কৰিব সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।

এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাই এইবাৰ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd