• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেহৰু ষ্টেডিয়ামত অল ইণ্ডিয়া পাব্লিক ছেক্টৰ ফুটবল টুৰ্ণামেণ্ট, কাইলৈ ছেমি ফাইনেল

অনির্বান পাঠক by অনির্বান পাঠক
February 24, 2019 8:37 pm
084042bd-f8f5-4abb-85ce-06f77225e13d

অল ইণ্ডিয়া পাব্লিক ছেক্টৰ ফুটবল টুৰ্নামেন্টৰ দেওবাৰে অনুষ্ঠিত এখন খেলৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় খাদ্য নিগমৰ উদ্যোগত অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অল ইণ্ডিয়া পাব্লিক ছেক্টৰ ফুটবল টুৰ্নামেন্টৰ ছেমি ফাইনেলখন সোমবাৰে অনুষ্ঠিত হ’ব।গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি থকা দেশৰ এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ ছেমিত সমুখ সমৰত অৱতীৰ্ণ হ’বলৈ ইতিমধ্যে সাজু হৈছে চাৰিটা দল।

কাইলৈ অৰ্থাৎ ২৫ ফেব্ৰুৱাৰিত প্ৰথমতে তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি) দলৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ দল। ইয়াৰ পাছতেই ভাৰতীয় খাদ্য নিগম দলৰ বিৰুদ্ধে খেলপথাৰত নামিব অইল ইণ্ডিয়া লিমিটেড দলটো।

Apply Now

যোৱা ২১ ফেব্ৰুৱাৰিৰ পৰা নেহৰু ষ্টেডিয়ামত চলি থকা থকা অল ইণ্ডিয়া পাব্লিক ছেক্টৰ ফুটবল টুৰ্নামেন্টৰ দেওবাৰে প্ৰথমতে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ আৰু বি এছ এন এলৰ মাজত খেল অনুষ্ঠিত হয়। খেলখনত বিমানবন্দৰ প্ৰাধিকৰণে বি এছ এন এলক ৪-০ গলৰ ব্যৱধানত পৰাজিত কৰে।

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ হৈ দলটোৰ সৌৰ্য্য বালিয়ানে ৩৪ আৰু ৩৮ মিনিটত দুটা গল দিবলৈ সক্ষম হয়। আনহাতে, ৰজত মিশ্ৰই ১১ মিনিটত আৰু কুশান্ত চৌহানে ৬৬ মিনিটত এটাকৈ গল দিয়ে।

একেদিনাই অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতীয় ৰিজাৰ্ভ বেংক দলক অইল ইণ্ডিয়া লিমিটেডে ৫-০ গলৰ ব্যৱধানত পৰাজিত কৰে।

অইল ইণ্ডিয়া লিমিটেডৰ জয়ন্ত বসুমতাৰীয়ে ১৪ মিনিটত, তুলিয়া দাসে ৩৮ মিনিটত চিৰনদ্বীপ মৰাণে ৫৭ মিনিটত, মন্দিলা ৰংমেইয়ে ৬৯ মিনিটত আৰু মিলন বসুমতাৰীয়ে ৭৮ মিনিটত এটাকৈ গল দিয়ে।

ইপিনে প্ৰতিযোগিতাখনৰ কালি অনুষ্ঠিত তৃতীয় দিনাৰ খেলত ভাৰতীয় খাদ্য নিগম দলে নেয়ভেলি লিগনাইট কৰ্প’ৰেশ্যন (এন এল চি) দলৰ বিৰুদ্ধে ৭-০ গল আৰু অ’ এন জি চি দলে কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ই এছ আই চি) দলৰ বিৰুদ্ধে ৪-০ গলৰ ব্যৱধানত জয়লাভ কৰি ইতিমধ্যেই ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল।

কাইলৈ অনুষ্ঠিত হ’বলগীয়া দুয়োখন ছেমিফাইনেলৰ বিজয়ী দলে পৰহিলৈ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰিত চুড়ান্ত খেলত মুখামুখি হ’ব। অল ইণ্ডিয়া পাব্লিক ছেক্টৰ ফুটবল টুৰ্নামেন্টত এইবাৰ ১২ টা দলে ভাগ লৈছিল।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd