• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইম্ফলত উত্তৰ-পূবৰ আৰক্ষী সঞ্চালক প্ৰধান সকলৰ অপৰাধ নিয়ন্ত্ৰণৰ প্ৰসংগত গুৰুত্বপূৰ্ণ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2019 9:08 am
DGP kuladhar Saikia

আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ ফাইল ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

ছিকিমকে ধৰি উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানসকলে শুকুৰবাৰে ইম্ফলত আন্তঃৰাজ্যিক অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাপৰা আৰু সহযোগিতাৰ বিষয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত সভাপতিত্ব কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

শইকীয়াই বৈঠকত অংশগ্ৰহণ কৰি বৈঠকত বহু জৰুৰী বিষয়ৰ ওপৰত আলোচনা কৰা হয় বুলি উল্লেখ কৰে।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত, শইকীয়াই অপৰাধৰ ক্ষেত্ৰত কেবল এখন ৰাজ্য জড়িত হৈ নাথাকে ইয়াত বহু ৰাজ্যৰ অপৰাধী গেঙে সক্ৰিয় ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে।

উত্তৰ-পূবত হৈ থকা বিভিন্ন অপৰাধ বিশেষকৈ ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত আটাইকেইখন ৰাজ্যৰ আৰক্ষী বিভাগে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰতো বৈঠকত আলোচনা কৰা হয় বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়।

আনহাতে, নতুনকৈ বৃদ্ধি হোৱা অবৈধ ব্যৱসায় বিশেষকৈ কয়লা, সাৰকে ধৰি বনজ সম্পদ তথা খনিজ সম্পদৰ অবৈধ ব্যাৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ক্ষেত্ৰত আটাইকেইখন ৰাজ্যৰ আৰক্ষী বিভাগে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি শইকীয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

তদুপৰি, উত্তৰ-পূবত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু তীব্ৰতৰ কৰি তোলাৰ প্ৰসংগতো বৈঠকত আলোচনা কৰা হয়।

Recent News

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd