DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিজিটাইজড হ’ব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কামকাজ

অনির্বান পাঠক by অনির্বান পাঠক
March 16, 2019 3:15 pm
6fcbb973-5846-499c-9057-6519bfa8b31c

শনিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

889
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ বামুনীমৈদামস্থিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত শনিবাৰে সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাঞিয়ে অনুষ্ঠিত এক সংবাদমেল যোগে জনায় যে সংসদৰ কামকাজ ডিজিটেলাইজড কৰাৰ ব্যৱস্থা গ্ৰহম কৰা হৈছে।

তেওঁ কয়, “১৯৮৪ চনত সংসদ আৰম্ভ হোৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলৰ তথ্যসমুহ অনলাইনযোগে উপলব্ধ কৰিব পৰা হ’ব। দেশ-বিদেশত থকা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে কাৰ্যালয়লৈ নহাকৈয়ে সহজেই প্ৰয়োজনত নিজৰ তথ্য বিচাৰি উলিয়াব পাৰিব।”

তেওঁ এবছৰৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব বুলিও সংবাদমেলত সদৰী কৰে। তেওঁ লগতে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ আৰু প্ৰথম বৰ্ষৰ নামভৰ্তিৰ অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে হোৱা বুলি জানিব দিয়ে।

আনহাতে, কাঠ-ফুলাৰ দৰে গঢ় লোৱা অবৈধ কনিষ্ঠ মহাবিদ্যালয় তথা শিক্ষা প্ৰতিষ্ঠান সমুহৰ বিৰুদ্ধে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কঠোৰ হোৱাৰ বিষয়েও তেওঁ সংবাদমেলত অৱগত কৰি তেনে প্ৰতিষ্ঠান সমুহৰ প্ৰতি তীক্ষ্ণ নজৰ ৰখা বুলি জানিব দিয়ে।

ইপিনে,পৰীক্ষাত অনুষ্ঠিত কৰাত যাতে বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবেও পদক্ষেপ লোৱা বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।

“সেয়ে দীৰ্ঘ সময়ৰ পাছত এইবাৰ কোনো খেলিমেলি নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত হৈছে”,-এইদৰে দাবী কৰে অধ্যক্ষ বৰগোঁহাঞিয়ে।

তদুপৰি, এইবাৰ সকলোতকৈ সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰা কেন্দ্ৰ, পৰীক্ষাৰ স্থান আৰু মণ্ডলক ৫০ হাজাৰকৈ টকাৰে পুৰস্কৃত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।

পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ১০ দিনমানৰ আগতেই প্ৰকাশ পাব বুলিও সংসদৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd