• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটৰ পশু চিকিৎসালয়ত চিকিৎসকে পশু ধনৰ দৰৱ বিক্ৰী কৰাৰ অভিযোগ

মীনাক্ষী ফুকন,গোলাঘাট by মীনাক্ষী ফুকন,গোলাঘাট
November 17, 2021 5:04 pm
316
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতি ৰোধৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী বিভাগ সমূহৰ ক্ষেত্ৰত যিমানেই কঠোৰ পদক্ষেপ গ্ৰহণ নকৰক কিয়, চৰকাৰৰ চকুত ধুলি মাৰি কেতবোৰ বিভাগত এতিয়াও সংঘটিত হৈ আছে দুৰ্নীতি। শেহতীয়াকৈ তেনে এক দুৰ্নীতিৰ ঘটনা পোহৰলৈ গোলাঘাটত।

উন্মোচিত হৈছে চৰকাৰী বিভাগৰ পয়াঁলগা ছবি। অৰ্থাৎ গোলাঘাটৰ পশু চিকিৎসালত সংঘটিত হোৱা এই ঘটনাই এতিয়া পোহৰলৈ আনিছে ৰাজ্যৰ এই বিয়াগোম বিভাগটোৰ প্ৰকৃত স্বৰূপ। ঘটনা অনুসৰি চৰকাৰী কাৰ্যালয়তে খোদ চিকিৎসকজনে পশুধনৰ ফাৰ্মাচী খুলি ব্যৱসায়ীৰ ৰূপত অৱতীৰ্ণ হৈছে।

চিকিৎসালয়ত থকা ঔষধ বিক্ৰী কৰাৰ অভিযোগ আনিছে ভুক্তভোগী ৰাইজে।

অভিযোগ অনুসৰি চিকিৎসকসহ সহযোগী ফিল্ড এচিটেন্টে চিকিৎসালয়লৈ অহা ঔষধ প্ৰকৃত দৰতকৈ অধিক দৰত বিক্ৰী কৰে। এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

এতিয়া চৰ্চা হৈছে যে গোলাঘাটৰ ৰাজ্যিক পশু চিকিৎসালয় সংঘটিত এই ঘটনা মাথো এটা উদাহৰণহে।

ৰাজ্যৰ সকলোবোৰ পশু চিকিৎসালয় চলিছে অনুৰূপ ধৰণে।বিভাগ চলাবলৈ নাই কোনো চৰকাৰী পুঁজিৰ আৱণ্টন।
দৰমহাৰ টকাৰে কৰিবলগীয়া হয় কাৰ্যালয়ৰ বিভিন্ন কামকাজ।

গ্ৰাম্য অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিভাগটো যদি এনেদৰে জোৰাটাপলি মাৰি চলিবলগীয়া হয়,তেন্তে চৰকাৰী পক্ষৰ মুখত সততে উচ্চাৰিত কৃষক দৰদী শব্দ, বাক্যসমূহ অৰ্থহীন বুলিয়েই বিবেচিত হ’ব।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd