• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আল্লু অৰ্জুনক গ্ৰেপ্তাৰ! হায়দৰাবাদৰ থিয়েটাৰত পদপিষ্ট মহিলা অনুৰাগীৰ মৃত্যুত বিপদত ‘পুষ্পা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2024 2:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদত গ্ৰেপ্তাৰ কৰা হৈছে আল্লু অৰ্জুনক! কিছুদিন পূৰ্বে হায়দৰাবাদত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত এগৰাকী মহিলা অনুৰাগীৰ মৃত্যুৰ পিছত দক্ষিণৰ অভিনেতা আল্লু অৰ্জুনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। সেই গোচৰতে গ্ৰেপ্তাৰ কৰা হৈছে দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীক। শুকুৰবাৰে এই খবৰ পোহৰলৈ অহাৰ পিছতে দেশৰ চলচ্চিত্ৰ জগতত তোলপাৰ লাগিছে!

যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত পুষ্পা ২ৰ প্ৰিমিয়াৰত আল্লু অৰ্জুনক চাবলৈ গৈ এগৰাকী মহিলা অনুৰাগীৰ মৃত্যু হয়। এই কৰুণ খবৰটো শুনি অভিনেতাগৰাকীয়ে অনুৰাগীৰ পৰিয়ালক ২৫ লাখ টকাৰে সহায় কৰে।

Apply Now

কেৱল এয়াই নহয়, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱা মৃত মহিলাগৰাকীৰ ৯ বছৰীয়া পুত্ৰৰ চিকিৎসাৰ দায়িত্বও লৈছে দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীয়ে।

কিন্তু এই ঘটনাৰ বাবে শুকুৰবাৰে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হয়। দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত হায়দৰাবাদৰ আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, ‘তদন্ত চলি আছে। ঘটনাৰ লগত জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

দৰাচলতে ঠিক কি ঘটিছিল? হায়দৰাবাদত অনুষ্ঠিত হোৱা ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত সন্ধ্যা থিয়েটাৰৰ বাহিৰত অনুৰাগীৰ প্ৰচণ্ড ভিৰ হৈছিল। আনকি স্থানীয় আৰক্ষীয়ে ভিৰ চম্ভালিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। পৰিস্থিতি আটাইতকৈ বিশৃংখল হৈ পৰিছিল যেতিয়া দক্ষিণৰ তাৰকা আল্লু অৰ্জুনে থিয়েটাৰত প্ৰৱেশ কৰিছিল। সন্মুখৰ পৰা তেওঁক দেখি অনুৰাগীৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছিল। এই পৰিস্থিতিত পদপিষ্ট হৈ মৃত্যু হয় এগৰাকী ৩৯ বছৰীয়া মহিলাৰ। তেওঁৰ ৯ বছৰীয়া পুত্ৰও গুৰুতৰভাৱে আহত হয়। তেওঁৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। সেই ঘটনাতে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হৈছে আল্লু অৰ্জুন।

আনহাতে, মাত্ৰ এসপ্তাহতে ভাৰতীয় চিনেমাৰ সকলো অভিলেখ ভংগ কৰি নতুন মাইলৰ খুঁটি স্থাপন কৰিছে ‘পুষ্পা ২’ই। বলিউদতো বাদেই, আল্লু অৰ্জুনৰ ছবিখনে এৰি থৈ গৈছে বলীউডৰ অতি ব্যৱসায়িক দক্ষিণৰ ছবিৰ অভিলেখো। আঠ দিনত ‘পুষ্পা ২’ই বিশ্ব বক্স অফিচত ১১০৫ কোটি টকাৰ ব্যৱসায় কৰিছে। আৰু ১০০ কোটি টকা অতিক্ৰম কৰিলেই এই ছবিখনে ‘কে জি এফ’ আৰু ‘আৰ আৰ আৰ’ চিনেমাৰ অভিলেখ ভংগ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd