• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাৰাষ্ট্ৰ আৰু দিল্লীত ঘাটি স্থাপন ১০ হাজাৰ পাকিস্তানীৰ! চৰকাৰী আদেশৰ পাছতে প্ৰকাশ বিস্ফোৰক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2025 4:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সকলো প্ৰান্তৰ পৰা পাকিস্তানীক চিনাক্ত কৰি উভতাই পঠিয়াবলৈ নিৰ্দেশ দিছে গৃহমন্ত্ৰী অমিত শ্বাহে। তাৰ পাছত প্ৰতিখন ৰাজ্যতে পাকিস্তানী নাগৰিকক বিচাৰি উলিওৱা হৈছে। জনা যায় যে মহাৰাষ্ট্ৰত ৫ হাজাৰৰো অধিক পাকিস্তানী বাস কৰে। ৰাজধানী দিল্লীতো একে সংখ্যক পাকিস্তানী আছে।

পেহেলগাম আক্ৰমণৰ লগে লগে সকলো পাকিস্তানীক ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। এনে পৰিস্থিতিত অমিত শ্বাহে শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক সকলো পাকিস্তানীক চিনাক্ত কৰি উভতাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে। নতুন দিল্লীয়ে ঘোষণা কৰে যে অনাগত দিনত কোনো পাকিস্তানী নাগৰিকে ভাৰতলৈ ভিছা লাভ কৰিব নোৱাৰিব। আনকি ছাৰ্কৰ সদস্য দেশক দিয়া বিশেষ ‘SVES’ ভিছাও বাতিল কৰা হ’ব। মেডিকেল ভিছা লৈ দেশত থকা পাকিস্তানী নাগৰিকেও ২৯ এপ্ৰিলৰ ভিতৰত দেশ এৰি যাব লাগিব।

Apply Now

অৱশ্যে প্ৰশ্ন উত্থাপন হয়, দীৰ্ঘম্যাদী ভিছা থকা পাকিস্তানী সকলৰ কি হ’ব? নিয়ম অনুসৰি যদি কোনোবাই পাকিস্তানৰ পৰা বিবাহৰ মাধ্যমেৰে ভাৰতলৈ আহে তেন্তে তেওঁলোকক বিবেচনাৰ অন্তত প্ৰথমে পাঁচ বছৰৰ বাবে ‘এলটিভি’ দিয়া হয়। ইয়াৰ পাছত এবছৰ বা দুবছৰৰ ভিছা দিয়া হয়। সেই ভিছা নবীকৰণ কৰিবলৈ চোৰাংচোৱা সংস্থাসমূহে পাকিস্তানী নাগৰিকৰ গতিবিধিৰ বিষয়ে সচেতন হোৱাটো প্ৰয়োজন। আন বহুতে বিবাহৰ জৰিয়তে ভাৰতলৈ আহি পাকিস্তানী পাছপ’ৰ্ট আত্মসমৰ্পণ কৰিছে। ফলত তেওঁলোকৰ ৰেকৰ্ডত এতিয়াও তেওঁলোক পাকিস্তানৰ নাগৰিক।

মহাৰাষ্ট্ৰৰ তথ্য অনুসৰি ৰাজ্যখনৰ বিভিন্ন চহৰত পাঁচ হাজাৰৰো অধিক পাকিস্তানী নাগৰিক আছে। সৰ্বাধিক সংখ্যক পাকিস্তানী ২৪৫৮ জন নাগপুৰত। এই ৫ হাজাৰৰ ভিতৰত কমেও ১০০০ পাকিস্তানী হ্ৰস্বম্যাদী ভিছা লৈ আহিছিল। বাকী সকলোৱে দীৰ্ঘম্যাদী ভিছাত ভাৰতত আছে। আনহাতে দিল্লীত পাঁচ হাজাৰ পাকিস্তানী আছে। প্ৰশ্ন উত্থাপন হয়, এই বৃহৎ সংখ্যক পাকিস্তানী দেশলৈ উভতি যাবনে? সময়সীমাৰ পাছত ভাৰতত থকাসকলৰ বিৰুদ্ধে কেন্দ্রই শাস্তিমূলক ব্যৱস্থা ল’বনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd