• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

গায়ক-শিল্পীৰ বাদ্যযন্ত্ৰ জ্বলাই কি কৰিব বিচাৰিছে প্ৰতিবাদকাৰীয়ে?

অৰুণাচলৰ প্ৰতিবাদকাৰীয়ে বাদ্য যন্ত্ৰ ধ্বংস কৰাৰ পাছত সংগীতজ্ঞ এল’বো নাগাৰ বিনম্ৰ আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2019 1:06 pm
d-750x375

প্ৰতিবাদকাৰীয়ে বাদ্যযন্ত্ৰৰে সৈতে জ্বলাই দিয়া সংগীতজ্ঞ এল'বো নাগাৰ বাহনখন। ফটো : এল'ব নাগা টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটানগৰত উন্মত্ত প্ৰতিবাদকাৰীয়ে শিল্পীৰ সাংগীতিক বাদ্যযন্ত্ৰসমূহ জ্বলাই ধ্বংস কৰাৰ পাছত নাগালেণ্ডৰ সংগীতজ্ঞ এল’বো নাগাই অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু তথা নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেফিঅ’ ৰিঅ’ক ক্ষতিপূৰণ আদায়ৰ বাবে সহায় বিচাৰি আহ্বান জনাইছে।

এল’বো নাগাই জ্বলি যোৱা বাহনখনৰ এখন ফটো প’ষ্ট কৰি কৈছে যে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ বাহনসমূহ লগতে ইটানগৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱস্থলীত থকা তেওঁলোকৰ সকলোবোৰ সাংগীতিক বাদ্য যন্ত্ৰ জ্বলাই দিয়ে।

Apply Now

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন বহু শিল্পীৰ সৈতে এল’বো নাগাইয়ো শুকুৰবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰা অৰুণাচল প্ৰদেশত প্ৰথমবাৰৰ বাবে দৰ্জী খাণ্ডু কনভেনশ্যন চেন্টাৰত আয়োজন কৰা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত উপস্থিত আছিল।

Dear Sir @KirenRijiju @PemaKhanduBJP @Neiphiu_Rio That’s the car filled with our instruments after mob attack during International film festival in Itanagar. Request your help in getting our compensation as we are only humble #musician and our livelihood is burned.PLEASE HELP! pic.twitter.com/AVPPCg04aq

— Alobo Naga (@AloboNaga) February 24, 2019

গায়ক এল’বো নাগাই শনিবাৰে তেওঁৰ টুইটাৰ যোগে শুভাকাংখীসকলক  ধন্যবাদ জনাই প্ৰকাশ কৰিছে: ‘’ আপোনালোকৰ প্ৰাৰ্থনা আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ! আমি সুৰক্ষিত। দুটাকৈ স্থানত উন্মত্ত আক্ৰমণকাৰীৰ পৰা হাত সাৰি নাহৰলাগুন ৰেইল ষ্টেশ্যনত উপস্থিত হওঁ। অৰুণাচলৰ পৰা ওলাই যাবলৈ চেষ্টা কৰি আছো, আমাৰ বাবে প্ৰাৰ্থনা কৰি ৰওক। পৰিস্থিতি অৱনতি ঘটিছে, সান্ধ্য আইন চলি আছে!’’

শুকুৰবাৰে উন্মত্ত প্ৰতিবাদকাৰীয়ে নিশাৰ ভিতৰতে ইটানগৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ কনভেনশ্যন হল, অস্থায়ী থিয়েটাৰ গৃহ, মঞ্চ, ফুড ক’ৰ্ট, অডিঅ’ আৰু ভিডিঅ’ সা-সৰঞ্জামসমূহকে ধৰি সকলোবোৰ জ্বলাই দিয়ে।

হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ পাছৰে পৰা গোটেই নিশা অসমৰ অধিকাংশ শিল্পীকে ধৰি কমেও ১০০ শিল্পীয়ে দৰ্জী খাণ্ডু কনভেনশ্যন চেন্টাৰত আশ্ৰয় লৈ থাকে। গোটেই নিশা তেওঁলোকে চেন্টাৰত জীৱনৰ শংকা লৈ ৰাতিপুৱালৈ অপেক্ষা কৰে আৰু তাৰ পাছত অসম সীমান্তত আহি উপস্থিত হয়।

অৰুণাচল চৰকাৰে অনা-অৰুণাচলী জনজাতিক স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ দিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতে অৰুণাচল উত্তপ্ত হৈ পৰে। ইটানগৰ, নাহৰলাগুন আদি ঠাইত বিগত কেইবাদিন ধৰি হিংসাত্মক প্ৰতিবাদ অব্যাহত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd