• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিৰ ৰঙামাটিত ডকাইতি কাণ্ড : আৰক্ষীয়ে নিশা উদ্ধাৰ কৰিলে ডকাইতি হোৱা এল্ট’

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 5, 2019 1:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও-কাৰ্বিআংলং সীমান্তত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা। কিছুদিন পূৰ্বে চামগুৰিৰ কঠালগুৰিত হাতে হাতে মাৰাণাস্ত্ৰ লৈ দুৰ্বৃত্তৰ এটা দলে ডকাইতি কাণ্ড সংঘটিত কৰাৰ পাছতেই পুনৰ শনিবাৰে নিশা আন এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় নগাঁও কাৰ্বিআংলং সীমান্তত।

চামগুৰি সমীপৱৰ্তী আঞ্জুপানী আৰক্ষী চকীৰ অতি দুৰ্গম পাহাৰীয়া এলেকা পানীমুৰাৰ স্থানীয় বাসিন্দা যুবৰাজ বে’ নামৰ লোকজনৰ ঘৰত নিশা ডকাইতৰ এটা দলে অৰ্তকিতে প্ৰৱেশ কৰি এক লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত কৰে। হাতত মৰাণাস্ত্ৰ লৈ প্ৰৱেশ কৰা ডকাইতৰ দলটোৰ আক্ৰমণত যুৱৰাজ বে’ নামৰ লোকজন গুৰুতৰভাৱে আহত হয়।

Apply Now

ইয়াৰোপৰি যুৱৰাজ বে’ৰ ঘৰৰ ভিতৰতেই হস্তনিৰ্মিত বন্দুকেৰে গুলীচালনা কৰি ডকাইতৰ দলটোৱে ভয়-ভাবুকি দিয়াৰ চেষ্টা কৰে। পাছত ডকাইতৰ দলটোৱে যুৱৰাজ বে’ৰ ঘৰৰ পৰা এখন এল্ট’ বাহন বলপূৰ্বক ভাবে কাঢ়িলৈ উধাও হয়। লগতে দলটোৱে লোকজনৰ ঘৰৰ পৰা লুটি নিয়ে এল চি ডি, সাঁচতীয়া ধনকে ধৰি যাৱতীয় সা-সম্পত্তি।

পৰৱৰ্তী সময়ত নিশা ডকাইতৰ দলটোৰ সৈতে চামগুৰি আৰক্ষীৰ মুখামুখি সংঘৰ্ষ হোৱাত ডকাইতৰ দলটোৱে এল্ট’খন এৰি পলায়ন কৰে। সম্প্ৰতি এল্ট’খন চামগুৰি আৰক্ষীৰ জিম্মাত আছে।

উল্লেখযোগ্য যে চামগুৰি আৰু আঞ্জুপানীৰ দৰে দুখন আৰক্ষী থানা থকাৰ পাছতো চামগুৰিৰ লগতে ইয়াৰ পাশ্বৱৰ্তী অঞ্চলসমূহত এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হোৱাত ইয়াক লৈ তীব্ৰ চৰ্চা চলিছে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd