• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ আতংক! তিনিচুকীয়াৰ বিদ্যালয়ত ৩৫গৰাকী ছাত্ৰী কোভিড-১৯ পজিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 27, 2021 8:50 am

2 min read

COVID19-positive-1-1140x570-750x375
245
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’নাৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণক লৈ আশংকা বৃদ্ধি পাই অহাৰ সময়তে অসমৰ তিনিচুকীয়াৰ এখন বিদ্যালয়ত ৩৫গৰাকী ছাত্ৰীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

শুকুৰবাৰে পৰীক্ষা কৰাৰ সময়ত ছাত্ৰীকেইগৰাকীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে।

তিনিচুকীয়াৰ বৰডুবিত থকা কস্তুৰবা গান্ধী ছোৱালী হাইস্কুলত এই ঘটনা সংঘটিত হৈছে। প্ৰতিদিন টাইমৰ বাতৰিত এইকথা কোৱা হৈছে।

ইপিনে, দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’না ৰোগীৰ সংখ্যা। শুকুৰবাৰৰ দিনটোতে দেশত ৫৯ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

অসমতো প্ৰতিদিনে বহু লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে।

নিতৌ ৰাজ্য খনত কোভিড আক্ৰান্ত লোকৰ মৃত্যুও ঘটিছে। ভাৰতৰ বিভিন্ন ৰাজ্যত ক’ৰ’নাৰ নতুন সংক্ৰেমণৰ বাবে লকডাউন ঘোষণা কৰা হৈছে ।

এনে পৰিস্থিতিত অসমতো লকডাউন ঘোষণা কৰা হ’ব পাৰে বুলি বিভিন্ন মহলত চৰ্চা চলি আছে।

কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলি ঘোষণা কৰে যে ক’ৰ’নাৰ সংহাৰ বৃদ্ধি পালেও অসমত পুনৰ লক ডাউন হোৱাৰ মুঠেও সম্ভাৱনা নাই।

অসমবাসীয়ে এইবাৰ ৰঙালী বিহুও ভালদৰে উদযাপন কৰিব পাৰিব বুলি মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখ্য দেশৰ ১৮ খন ৰাজ্যত এতিয়া ক’ৰ’নাৰ নতুন প্ৰজাতিৰ সংক্ৰমণ ঘটিছে। নিতৌ শ শ লোক কোভিডত আক্ৰান্ত হৈছে আৰু কিছু সংখ্যক লোকে মৃত্যুক সাৱটি লৈছে।

এনে পৰিস্থিতিৰ মাজতে অসমত কোভিড প্ৰ’টোকল উলংঘা কৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে।

ইয়াৰ ফলত অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ছবি খন অধিক ভয়াৱহ হৈ পৰাৰ আশংকা কৰা হৈছে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd