• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথমে পূণ্য, পিছত পাপ! মন্দিৰত প্ৰাৰ্থনা কৰি লুটপাত চলালে চোৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2024 4:07 pm
Alwar man prays at temple before stealing
1.9k
VIEWS
Share on FacebookShare on Twitter

চুৰিৰ উদ্দেশ্যে এজন লোক সোমাল এটা মন্দিৰত। পিছে চুৰিৰ ‘পাপ‘ কৰাৰ পূৰ্বে তেওঁ প্ৰথমে কৰি ল’লে কিছু পূণ্য। মন্দিৰৰ মূৰ্তিৰ সমুখত প্ৰথমে কৰিলে প্ৰাৰ্থনা আৰু তাৰ পিছতে চলালে লুটপাত।

এই ঘটনা ৰাজস্থানৰ। এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য মন্দিৰৰ চিচিটিভি কেমেৰাত বন্দী হৈছে। অভিযুক্ত লোকজনক গোপেশ শৰ্মা বুলি চিনাক্ত কৰা হৈছে। ৰাজস্থানৰ আলৱাৰত সংঘটিত হৈছে এই চুৰিকাণ্ড।

চিচিটিভি ফুটেজত দেখা দৃশ্য অনুসৰি, শৰ্মাই আলৱাৰৰ আদৰ্শ নগৰ অঞ্চলৰ এটা মন্দিৰত প্ৰাৰ্থনা কৰি তাৰ পিছতে মন্দিৰৰ চান্দা বাকচৰ পৰা ধন উলিয়া্য। তদুপৰি মন্দিৰৰ তলা ভাঙি ধনসহ, ৰূপৰ গহনা তথা আন কিছু সামগ্ৰী চুৰি কৰি লৈ যায়।

আলৱাৰৰ আন এক মন্দিৰতো অনুৰূপ ঘটনা সংঘটিত হয় আৰু সেই চুৰিকাণ্ডও চিচিটিভিত ধৰা পৰে। চুৰিৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে চিচিটিভিৰ ফুটেজৰ পৰা গোপেশ শৰ্মাক চিনাক্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ জেৰাত তেওঁ কেইবাটাও মন্দিৰত একেধৰণৰ চুৰি কাণ্ড সংঘটিত কৰিছিল বুলি স্বীকাৰ কৰে। জেৰাত আৰক্ষীয়ে লগতে গোপেশ শৰ্মাই চুৰিৰ বাবে কেৱল মন্দিৰক লক্ষ্য কৰি লয় বুলি জানিব পাৰে।

সম্প্ৰতি আৰক্ষীয়ে তেওঁৰ পুৰণি ৰেকৰ্ডৰ সন্ধানত অব্যাহত ৰাখিছে। তদন্তৰ সময়ত আন আন ঘটনাও পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd