• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আশ্চৰ্য! সুৰক্ষাৰ বাবে কন্যাৰ মূৰত চিচিটিভি কেমেৰা সংস্থাপন পিতৃৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2024 5:09 pm
633
VIEWS
Share on FacebookShare on Twitter

মহিলাৰ সুৰক্ষা, চৰকাৰী চিকিৎসালয়ত চিচিটিভিৰ চোৰাংচোৱাগিৰি বৃদ্ধি কৰাৰ দাবী তীব্ৰতৰ হৈ আহিছে, ইয়াৰ পাছত এগৰাকী পিতৃয়ে ছোৱালীজনীৰ সুৰক্ষাৰ বাবে মূৰত লগাই দিলে চিচিটিভি কেমেৰা। আৰ জি কৰৰ ঘটনাই কেৱল ৰাজ্য বা দেশতে নহয়, বহিঃৰাষ্ট্ৰৰ সংবাদ মাধ্যমতো শিৰোনাম দখল কৰি এমাহতকৈও অধিক সময় ধৰি চৰ্চা লাভ কৰিছে। এইবাৰ জীয়েকৰ নিৰাপত্তাৰ বাবে পিতৃয়ে এটা নতুন পথ ল’লে। পিতৃযে ছোৱালীজনীৰ মূৰত এটা চাৰ্ভিলেন্স কেমেৰা সংস্থাপন কৰিলে। সেই ঘটনাৰ ছবি ইতিমধ্যে সকলোতে সংক্ৰমণৰ দৰে বিয়পি পৰিছে।

ভিডিঅ’টোত এগৰাকী ছোৱালীৰ মূৰত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। ছোৱালীজনী ক’লৈ গৈ আছে, কি কৰি আছে, কাৰ লগত মিলামিছা হৈছে, আৰু সৰ্বোপৰি বাটত ছোৱালীজনীৰ কোনো বিপদ হৈছে নে নাই, সেইবোৰৰ ওপৰত চকু ৰাখিবলৈ পিতৃয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। কেমেৰাটো বাহিৰলৈ যাওঁতে ছোৱালীজনীয়ে মূৰত বান্ধি দিব লাগে আৰু পিতৃয়ে নিজেই তদাৰক কৰিব লাগে।

ইণ্টাৰনেটত ভাইৰেল হোৱা এই ভিডিঅ’টো বহুলোকে এই চাইছে। য’ত লিখা আছে, নিৰাপত্তাৰ চূড়ান্ত পদক্ষেপ। ভিডিঅ’টোত ছোৱালীজনীয়ে কয় যে তেওঁৰ ওপৰত চকু ৰাখিবলৈ তেওঁৰ পিতৃয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছিল। যাতে কোনো ঘটনা সংঘটিত নহয়। লগতে তেওঁ কয় যে যুৱতীগৰাকীৰ পিতৃয়ে কেৱল নিৰাপত্তাৰ কাৰণেহে এই কাম কৰিছিল।

Recent News

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd