• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুম্বাই এৰি চেন্নাইলৈ যাব ৰোহিত! হাৰ্ডিকৰ সৈতে নেতৃত্বৰ বিতৰ্কত বিস্ফোৰণ ধোনীৰ দলৰ তাৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2024 10:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বতে বিৰাট অস্থিৰতা সৃষ্টি হৈছিল। কিন্তু তাৰ ৰেশ এতিয়াও মাৰ যোৱা নাই। হঠাৎ নেতৃত্বৰ পৰা ৰোহিত শৰ্মাক অপসাৰণৰ ফলত ক্ৰিকেট জগতত ধুমুহাৰ সৃষ্টি হৈছিল। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে হাৰ্দিক পাণ্ডিয়াক ঘুৰাই অনাৰ লগে লগে বিতৰ্কৰ সৃষ্টি হৈছিল।

বৰ্তমান ৰোহিতে সন্মান হেৰুৱাই হাৰ্দিকৰ নেতৃত্বত খেলিব নে নাই তাৰেই জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অম্বতি ৰায়ুডুৱে নিজেই এইবাৰ ৰোহিতলৈ বাৰ্তা প্ৰেৰণ কৰিছে।

তাৰকা বেটছমেনগৰাকীয়ে এক সংবাদ মাধ্যমক জনাইছে যে ৰোহিতে এতিয়াও আই পি এলত ৫-৬ বছৰ খেলিব পাৰিব। মুম্বাইৰ হৈ সকলো কৃতিত্ব অৰ্জন শেষ হৈছে। গতিকে যদি তেওঁ চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ জাৰ্চিত যোগদান কৰে তেন্তে ই আকৰ্ষণীয় হ’ব।

Apply Now

লগতে পঢ়কঃ অৰুণাচলত প্ৰধানমন্ত্ৰী মোদীৰ ছেলা সুৰংগ উদ্বোধনৰ পিছতে চীনৰ কূটনৈতিক প্ৰতিবাদ

আই পি এলৰ কেৰিয়াৰৰ অন্ত পৰাৰ ক্ষণত ধোনী। ধোনীৰ অৱসৰৰ পিছত ৰোহিতক নেতা হিচাপে চাব পাৰিনে? ৰায়ুডুৱে কয় যে মই তেওঁক চি এছ কেৰ হৈ খেলা চাব বিচাৰো। যদি তেওঁ অধিনায়ক হ’ব লাগে তেন্তে বিশ্বৰ যিকোনো ঠাইতে নেতৃত্ব দিয়াৰ ক্ষমতা তেওঁৰ আছে। কিন্তু এইটো সম্পূৰ্ণ ৰোহিতৰ সিদ্ধান্ত। মুম্বাইৰ বাবে তেওঁ সকলো অৰ্জন কৰিছে। গতিকে তেওঁ  চি এছ কেলৈ যাব পাৰে।”

ৰোহিতৰ নেতৃত্বৰ হেৰুওৱাক লৈ বিতৰ্ক শান্ত হোৱা নাই। যদিও ৰোহিতে নিজে মুখ মেলিব পৰা নাই, তথাপিও মুম্বাইৰ বাকী তিনিটা স্তম্ভ ঈশান কিষাণ, সূৰ্যকুমাৰ যাদৱে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। আনকি ৰোহিতৰ পত্নী ঋতিকাৰ বাউচাৰৰ বক্তব্যৰ তলত ‘কিমান কথাৰ ভুল ব্যাখ্যা কৰা হৈছে’ বোলা মন্তব্যত ধুমুহাৰ সৃষ্টি হৈছিল।

লগতে পঢ়কঃ বিজেপিৰ সংবিধান সলনি বা পুনৰ্লিখনৰ যিকোনো প্ৰচেষ্টাই উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিব: মল্লিকাৰ্জুন খাৰ্গে

মুম্বাইৰ প্ৰশিক্ষক মাৰ্ক বাউচাৰে স্পষ্ট কৰি দিছে যে নেতৃত্বৰ বোজাই ৰোহিতৰ বেটিঙত প্ৰভাৱ পেলাইছে। গতিকে তেওঁক কেৱল বেটছমেন হিচাপে মুক্তভাৱে খেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে ৰায়ডুৰ এই মন্তব্যই ৰোহিত নেতৃত্বৰ বিতৰ্কত নতুকৈ ইন্ধন যোগাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd