• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিমন্তক টেগ কৰি এজন চিকিৎসকৰ টুইট : ৮৯ দিনৰ পৰা বিনা বেতনে কৰি আছো ক’ৰ’নাৰ চিকিৎসা

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
October 29, 2020 11:28 am
2-13-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত প্ৰথমটো ক’ভিড-১৯ৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা দিন-ৰাতি একাকাৰ কৰি দায়িত্বসহকাৰে নিজৰ কৰ্তব্য পালন কৰি আছে চিকিৎসকসকলে।

ক’ৰ’নাক প্ৰতিৰোধ কৰাৰ বাবে কিছু সংখ্যক চিকিৎসকে সৰ্বোচ্চ উজাৰি দিয়াৰ বিপৰীতে আন একাংশই নিয়তিৰ ওচৰত হাৰ মানিবলগীয়াও হৈছে।

Apply Now

ইয়াৰ মাজতে কিন্তু এই মহাসংক্ৰমণকাৰী ভাইৰাছৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া একাংশ চিকিৎসক নিজৰ প্ৰাপ্য বেতনৰ পৰা  বঞ্চিত হৈ থকাৰ কথাও পোহৰলৈ আহিছে।

ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ এণ্ড হাস্পতালত কৰ্মৰত প্ৰত্যুষ মহন্ত নামৰ এগৰাকী চিকিৎসকে যোৱা ৮৯ দিনৰ বেতন লাভ নকৰা বুলি টুইটযোগে অভিযোগ উত্থাপন কৰে।

চিকিৎসকগৰাকীয়ে টুইটটোত ফটো শ্বেয়াৰ কৰি লিখে, ‘বিনা বেতনে কাম কৰা দিন= ৮৯। এতিয়া হোষ্টেল খালী কৰাৰ নিৰ্দেশ’।

টুইটটোৰ স্ক্ৰিনশ্বট

টুইটটোত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰি দিয়া পৰিলক্ষিত হৈছে যদিও এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এতিয়ালৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে নৱেম্বৰৰ পৰা পাঠদান পুনৰ আৰম্ভ হ’ব সেয়ে ৰাজ্য চৰকাৰে ক’ভিড-১৯ত নিয়োজিত কৰা স্নাতকোত্তৰ উত্তীৰ্ণ চিকিৎসকসকলক নৱেম্বৰৰ প্ৰথম সপ্তাহত হোষ্টেল এৰিবলৈ নিৰ্দেশ দিছে।

এই নিৰ্দেশৰ পিছতেই একাংশ চিকিৎসক ক্ষুব্ধ হৈ পৰাৰ লগতে গভীৰ চিন্তাত পৰা পৰিলক্ষিত হৈছে।

‘আমি নিয়মীয়াভাৱে আমাৰ দায়িত্ব পালন কৰি গৈ আছো আৰু আমাৰ কিছুসংখ্যকে চিকিৎসকে বিনা বেতনে কাম কৰি আছে। আৰু এতিয়া নৱেম্বৰৰ প্ৰথম সপ্তাহত হোষ্টেল এৰিব লাগে বুলি চৰকাৰে নিৰ্দেশ দিছে। এই নিৰ্দেশৰ পিছতে আমি হতাশ হৈ পৰিছো’, চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে এইদৰে কয়।

ইফালে একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে চৰকাৰক চিকিৎসকসকলৰ এই সমস্যাৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd