DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউনৰ মাজতে ধুবুৰীত বৰফৰ ফেক্টৰীত বিস্ফোৰণ; আহত তিনিজন শ্ৰমিক

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
April 6, 2020 8:09 am
ল’কডাউনৰ মাজতে ধুবুৰীত বৰফৰ ফেক্টৰীত বিস্ফোৰণ; আহত তিনিজন শ্ৰমিক
14.1k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউন চলি থকাৰ মাজতে দেওবাৰে ধুবুৰী নগৰৰ এটা বৰফৰ ফেক্টৰীত বিস্ফোৰণ ঘটাত তিনিজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। বিউটী আইচ-ক্ৰীম ফেক্টৰী নামৰ ফেক্টৰীটো নগৰখনৰ এ এম কো পথত অৱস্থিত।

বিস্ফোৰণটো ইমান প্ৰবল আছিল যে ফেক্টৰীটোৰ এয়াৰ টেংকটো প্ৰায় ৫০০ মিটাৰ দূৰত ছিটিকি পৰাৰ লগতে ফেক্টৰীটোৰ টিনৰ চালিখন সম্পূৰ্ণ ধ্বংস হয়।

দুৰ্ঘটনাটোৰ ফলত আহত লোককেইজনক পৰিমল দাস (৩৫), ছাদ্দাম শেইখ (১৯) আৰু ৰুহুল আমিন শেইখ (২৬) বুলি চিনাক্ত কৰা হৈছে।

তিনিওজনকে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰিমল দাস আৰু ছাদ্দাম শেইখৰ আঘাত অধিক গুৰুতৰ হোৱাত তেওঁলোকক চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে বজাৰ টাউন আৰক্ষী চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ আঁতৰত আৰু সম্পূৰ্ণ আৱাসিক এলেকাত থকা উক্ত ফেক্টৰীটোৰ গৰাকী হৈছে ৰেহেনা বেগম নাম এগৰাকী মহিলা।

পিছত ধুবুৰীৰ চক্ৰ বিষয়া জয় শংকৰ শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ বজাৰ টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এইচ আলী আৰু স্থানীয় লোকৰ উপস্থিতিত ফেক্টৰীটো চীল কৰি দিয়ে।

চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে ল’কডাউনৰ সময়ত নিয়ম ভংগ কৰি ফেক্টৰীটোত মেচিন মেৰামতিৰ কাম চলাই থকাৰ অপৰাধত জিলা প্ৰশাসনে স্বতাধিকাৰী গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি আইনী ব্যৱস্থা হাতত লৈছে।

Recent News

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd