• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনৰ মাজতে বহু আধৰুৱা কাম সম্পূৰ্ণ কৰিলে শিৱসাগৰৰ শিল্পী দম্পতিয়ে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 15, 2020 7:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিল্পকলাৰ লগত জড়িত শিৱসাগৰৰ এহাল দম্পতি। লকডাউনৰ মাজত নিজকে ব্যস্ত ৰখাৰ লগতে ব্যস্ত ৰাখিলে আন বহুতকে। লকডাউনত সম্পূৰ্ণ কৰিলে নিজৰ আধৰুৱা কাম।

শিৱসাগৰৰ চহৰৰ এইহাল দম্পতি ৰূপম বেজবৰুৱা আৰু পৰিণীতা শৰ্মা বেজবৰুৱা। স্বামী ৰূপম বেজবৰুৱা এজন ভাস্কৰ্য শিল্পী আৰু পত্নী পৰিণীতা এগৰাকী চিত্ৰশিল্পী।

Apply Now

শিৱসাগৰৰ নগৰৰ বেজবৰুৱা চুকত স্থাপিত ৰূপম কলাকেন্দ্ৰত চিত্ৰ-ভাস্কৰ্যৰ লগতে চিমেন্ট, কাঠ, ফাইবাৰৰ মূৰ্ত্তি, প্ৰতিমূৰ্ত্তি বনোৱাৰ লগতে প্ৰশিক্ষণো দি আহিছে ৰূপম-পৰিণীতাই।

লকডাউনৰ ফলত ৰূপম কলা কেন্দ্ৰৰ শ্ৰেণী বন্ধ হোৱা বাবে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা ৱাটচএপ গ্ৰুপৰ জড়িয়তে চিত্ৰকলা, ভাস্কৰ্য শিল্প আদিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।

এই ৱাটচএপ গ্ৰুপৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীসকলক ছবি আঁকিবলৈ শিকোৱাৰ লগতে সাধু কেনেকৈ লিখিব পাৰি তাকো শিকাইছে ৰূপম-পৰীণিতাই।

চিত্ৰশিল্পী পৰীণিতা শৰ্মা বেজবৰুৱাই কয়, “লকডাউনত যাতে ছাত্ৰ-ছাত্ৰীসকল ঘৰতে থকি নিজকে ব্যস্ত ৰাখিব পাৰে আৰু ঘৰতে থাকিও নিজৰ প্ৰতিভা বিকাশ ঘটাব পাৰে তাৰ বাবে এই  প্ৰচেষ্টা হাতত লৈছো।”

ভাস্কৰ্য শিল্পী ৰূপম বেজবৰুৱাই শিৱসাগৰৰ লগতে অসমৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ মূৰ্ত্তি, প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰি প্ৰশংসা লাভ কৰিছে।

ইয়াৰোপৰি তেওঁ বিভিন্ন সময়ত শিশুসকলক কবিতা পাঠ আৰু নাটকৰ কৰ্মশলাৰ জড়িয়তে তেওঁলোকৰ প্ৰতিভা বিকাশত সহায় কৰি আহিছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd