• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সম্প্ৰতিৰ নিদৰ্শন; মধ্য প্ৰদেশত প্রতিবেশী মুছমান লোকে শেষকৃত্য সম্পন্ন কৰিলে হিন্দুৰ

ইছলাম ধৰ্মাৱলম্বী লোকে হিন্দু লোকৰ শৱদেহ কান্ধত লৈ সৎকাৰ কৰিলে শ্মশানত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 8:31 am
Screen-Shot-2020-04-08-at-4.38.11-PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ নিজামুদ্দিন কাণ্ডৰ পিছত ক’ৰ’না সংক্ৰমণক লৈ ভাৰতত একাংশই সাম্প্ৰদায়িক বিষবাষ্প বিপয়াই থকাৰ সময়তে মধ্য প্ৰদেশৰ ইণ্ডোৰত ইছলাম আৰু হিন্দু ধৰ্মীয় লোকসকলে সম্প্ৰীতিৰ উজ্বল নিদৰ্শন দেখুৱাইছে।

এই সম্প্ৰীতিৰ নিদৰ্শনে ইতিমধ্যে দেশত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

Apply Now

সংবাদ মাদ্যমৰ বাতৰিৰ মতে ক’ৰ’নাতংকৰ বাবে সমগ্ৰ দেশতে ২১ দিনীয়া ল’কডাউন অব্যাহত থকাৰ পৰতে মধ্যপ্ৰদেশৰ ইণ্ডোৰ চহৰত ইছলাম ধৰ্মীয় লোকসকলে চুবুৰীয়া হিন্দু ধৰ্মাৱলম্বী এগৰাকী লোকৰ শেষকৃত্য সম্পন্ন কৰে।

উল্লেখ্য যে, ল’কডাউনৰ বাবে মৃত ব্যক্তিগৰাকী কোনো আত্মীয় শেষ কৃত্য অনুষ্ঠানলৈ আহিব পৰা নাছিল।

ইণ্ডোৰৰ হিন্দু ধৰ্মাৱলম্বী ভূপালী বাই নামৰ ৬৫ মহিলা গৰাকী কিছুদিনৰ পৰা পক্ষাঘাটগ্ৰস্ত ৰোগত ভূগি আছিল। ইণ্ডোৰৰ দক্ষিণ তদা অঞ্চলৰ নিৱাসী জ্যেষ্ঠ সন্তানৰ গৃহত অলপতে মহিলাগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে।

মহিলা গৰাকী মৃত্যুৰ পিছত শৱদেহ সৎকাৰ কৰিবলৈ দেশত অব্যাহত থকা ল’কডাউনৰ বাবে কোনো আত্মীয়ই আহিব নোৱাৰিলে।

তেনে অৱস্থাত নিঃসহায় পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল স্থানীয় তথা প্ৰতিবেশী ইছলাম ধৰ্মাৱলম্বী লোকসকল।

ইছলাম ধৰ্মাৱলম্বী লোকসকলে ২.৫ কিলোমিটাৰ দূৰৈত থকা হিন্দুসকলৰ শ্মশানত গৈ মৃত মহিলাগৰাকীৰ শৱদেহ সৎকাৰ কৰাত সহযোগ কৰে।

স্থানীয় ইছলাম ধৰ্মাৱলম্বীসকলৰ এই মানৱীয় সম্প্ৰীতিৰ নিদৰ্শনক মধ্য প্ৰদেশৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি উচ্চ প্ৰশংসা কৰিছে।

इंदौर के नार्थ तोड़ा क्षेत्र में एक बुजुर्ग हिन्दू महिला द्रोपदी बाई की मृत्यु होने पर क्षेत्र के मुस्लिम समाज के लोगों ने उनके दो बेटों का साथ देकर उनकी शवयात्रा में कंधा देकर व उनके अंतिम संस्कार में मदद कर जो आपसी सदभाव की व मानवता की जो मिसाल पेश की,वो क़ाबिले तारीफ़ है।
1/2 pic.twitter.com/IIQe8qgMQG

— Office Of Kamal Nath (@OfficeOfKNath) April 7, 2020

ইফালে উক্ত শৱদেহ সৎকাৰ অনুষ্ঠানত সকলোৱে ক’ৰ’না প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰি মাস্ক পৰিধান কৰাৰ লগতে সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখে বুলি জানিব পৰা গৈছে।

মুছলমান লোকে হিন্দু শৱদেহ কান্ধত লৈ শ্মশানলৈ গৈ থকা দৃশ্য চ’ছিয়েল মেডিয়াত ভাইৰেল হৈ পৰাৰ পিছত দেশৰ শুভবুদ্ধিসম্পন্ন আৰু ধৰ্ম নিৰপেক্ষ লোকসকলে এয়া সম্প্ৰীতিৰ এনাজৰী বুলি আখ্যা দি প্ৰশংসা কৰা দেখা গৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

August 17, 2026 5:52 pm
লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm
তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

August 17, 2026 5:52 pm
লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd