• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক নাটকৰ মাজতে মণিপুৰৰ প্ৰা. মুখ্য মন্ত্ৰী অ’ক্ৰাম ইব’বি সিঙক চি বি আইৰ চমন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2020 9:09 pm
Amid political drama in Manipur, CBI summons former CM Ibobi Singh for questioning
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত চলিত ৰাজনৈতিক নাটকৰ মাজতে চি বি আয়ে মঙলবাৰে ৩৩২কোটি টকা আত্মসাতৰ অভিযোগ সন্দৰ্ভত সোধ-পোচৰ বাবে প্ৰাক্তন মুখ্য মন্ত্ৰী অ’ক্ৰাম ইব’বি সিঙক চমন জাৰি কৰিছে।

চি বি আয়ে সিঙৰ লগতে মণিপুৰ ডিভেলপমেণ্ট চ’চাইটিৰ তিনিগৰাকী প্ৰাক্তন সঞ্চালক ডি এছ পুনিয়া, পি চি লাউমুংখা আৰু অ’ নৱকিশোৰ সিঙকো ইয়াৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।

Apply Now

ইববি সিঙক তেওঁ মণিপুৰ ডিভেলপমেণ্ট চ’চাইটিৰ অধ্যক্ষ থকা অৱস্থাত ২০০৯ৰ পৰা ২০১৭ চনৰ ভিতৰত উন্নয়নৰ ধন আত্মসাতত তেওঁৰ ভূমিকা সন্দৰ্ভত সোধ-পোচৰ বাবে চি বি আই কাৰ্য্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।

চি বি আইৰ এটা দল ইম্ফালত সিং আৰু আনসকলক বুধবাৰে সোধ-পোচৰ বাবে ইতিমধ্যে ইম্ফালত আহি উপস্থিত হৈছে।

ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অনুৰোধত যোৱা ২০ নৱেম্বৰত চি বি আয়ে উক্ত গোচৰটো তদন্তৰ বাবে লৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে কংগ্ৰেছে ৰাজ্যখনত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰাৰ সময়তে চি বি আয়ে প্ৰাক্তন মুখ্য মন্ত্ৰীজনক সোধ-পোচৰ বাবে চমন জাৰি কৰিছে।

শেহতীয়াকৈ নগৰাকী বিধায়কে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল।

শাসক বিজেপিৰ তিনিগৰাকী বিধায়কৰ পদত্যাগ আৰু এন পি পি আৰু তৃণমূল কংগ্ৰেছৰ বিধায়কৰ সমৰ্থন প্ৰত্যহাৰৰ পিছতে এন বীৰেন সিং চৰকাৰখন সংখ্যালঘু হোৱা বুলি দাবী কৰি কংগ্ৰেছে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd