• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ত প্ৰদৰ্শিত হ’ব আমিৰ খান প্ৰযোজিত ছবি; চাবলৈ আহিব খোদ মুখ্য ন্যায়াধীশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2024 11:40 am
530
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষত মুক্তি পোৱা বহু হিন্দী ছবিৰ ভিতৰত এখন ছবিৰ সৰ্বত্ৰ চৰ্চা হৈছে। সেয়া হ’ল ‘লাপাটা লেডিজ’। আমিৰ খানৰ প্ৰযোজনা আৰু কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

ছবিখনে যদিও বক্স অফিচৰ ক্ষেত্ৰত কোনো অভিলেখ গঢ়িব নোৱাৰিলেও চিনেমা প্ৰেমীসকলে এই ছবিখনক সম্পূৰ্ণ নম্বৰ দিছে। এইবাৰ উচ্চতম ন্যায়ালয়ত দেখুওৱা হ’ব সেই ‘লাপাটা লেডিজ’! শুকুৰবাৰে ছবিখন চাবলৈ আহিব খোদ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়।

লগতে পঢ়কঃ ৰূপ-লাৱণ্যত ধ্যানভংগ সতীৰ্থসকলৰ! গেমছ ভিলেজৰ পৰা অপসাৰিত সুন্দৰী সন্তৰণবিদ

উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠাৰ ৭৫ বছৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত এটা হ’ল এই চিনেমা প্ৰদৰ্শন। ‘লাপাটা লেডিজ’ত আচলতে নাৰী শক্তিৰ কাহিনী কোৱা হৈছে, লিংগ বৈষম্যৰ বিৰুদ্ধে মাত মাতিছে। সেয়ে এই ছবিখন উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি আয়োজন কৰা কাৰ্যসূচীত প্ৰদৰ্শিত হ’ব। জানিব পৰা মতে, অভিনেতা-প্ৰযোজক আমিৰ খান আৰু তেওঁৰ দলটোও শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত উপস্থিত থাকিব পাৰে।

এই ছবিখন শুকুৰবাৰে সন্ধিয়া ৪.১৫ বজাৰ ভিতৰত উচ্চতম ন্যায়ালয়ত দেখুওৱা হ’ব। সূত্ৰ অনুসৰি, মুখ্য ন্যায়াধীশৰ বাহিৰেও উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ ন্যায়াধীশে তেওঁলোকৰ পত্নীৰ সৈতে চিনেমাখন চাবলৈ আহিব। আনকি উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়নৰ বিষয়াসকলকো ছবিসমূহ চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

লগতে পঢ়কঃ মূৰে-কপালে হাত আদানীৰ! পানীত পৰিল নেকি বাংলাদেশত বৃহৎ বিনিয়োগ?

দুগৰাকী মহিলাক কেন্দ্ৰ কৰিয়েই এই ছবিখনৰ মূল কাহিনী। এজন নতুনকৈ বিয়া হোৱাৰ পিছত ৰেলযোগে শহুৰেকৰ ঘৰলৈ যাওঁতে হেৰাই যায় আৰু আনজন অচিনাকি পৰিয়াল এটাৰ লগত থাকিবলৈ লয়। তাৰ পৰাই কাহিনীটোৱে এক বেলেগ মোৰ লয়। থিয়েটাৰত মুক্তি পোৱাৰ পিছত জনপ্ৰিয় অনলাইন প্লেটফৰ্ম ‘নেটফিক্স’তো মুক্তি লাভ কৰে ছবিখন। এইবাৰ উচ্চতম ন্যায়ালয়ত তাৰ স্ক্ৰীনিং কৰা হৈছে। 

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd