• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা স্বাধীনৰ সৈতে প্ৰাথমিক আলোচনা অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব দিলে অমিত শ্বাহে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2021 8:26 am
WhatsApp Image 2021-09-21 at 7.41.44 AM

সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো সৌজন্য: টুইটাৰ।

208
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ সৈতে প্ৰাথমিক আলোচনা চলোৱাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিছে।

সোমবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই কয়,’’ মই গৃহমন্ত্ৰীগৰাকীৰ সৈতে আলফা স্বাধীনৰ সৈতে শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বিষয়টো আলোচনা কৰিছো। তেওঁ মোক আলফা স্বাধীনৰ সৈতে প্ৰাথমিক আলোচনা অনুষ্ঠিত কৰাৰ বাবে কৰ্তৃত্ব দিছে।‘’

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যদি সকলো ঠিকেঠাকে আগবাঢ়ে, তেন্তে পৰৱৰ্তী সময়ত আলফাৰ সৈতে শান্তি আলোচনাত কেন্দ্ৰ জড়িত হ’ব পাৰে।

ইপিনে, এনএছচিএন-আইএমৰ সৈতে চলি থকা শান্তি আলোচনাৰ প্ৰক্ৰিয়াত সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতৃত্বাধীন নৰ্থইষ্ট ডেম’ক্ৰেটিক এলায়েন্স (নেডা)ৰ আহ্বায়কগৰাকীয়ে কয় যে তেওঁ এনএছচিএন-আইএমৰ সৈতে শান্তি আলোচনাত আংশিকভাৱে জড়িত যদিও আনুষ্ঠানিকভাৱে বিদ্ৰোহী সংগঠনটোৰ সৈতে কোনো আলোচনা বহা নাই।

লগতে পঢ়ক: আলফা (স্বাধীন)ত মোক্ষম আঘাত,অসম-অৰুণাচল সীমান্তত ধৰা পৰিল সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)সম্পৰ্কত শৰ্মাই কয় যে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে অসমত এনআৰচিৰ এক পুনৰীক্ষণ বিচাৰিছে।

অৱশ্যে, এইক্ষেত্ৰত একমাত্ৰ উচ্চতম ন্যায়ালয়েহে এক সিদ্ধান্ত গ্ৰহণ কৰিব কিয়নো এনআৰচি সৰ্বোচ্চ আদালতখনৰ প্ৰত্যক্ষ নিৰীক্ষণৰ অধীনত প্ৰস্তুত কৰা হৈছিল।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বিভিন্ন কেন্দ্ৰীয় আঁচনি ৰূপায়নৰ অগ্ৰগতিৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা প্ৰচেষ্টাৰ বিষয়েও অৱগত কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd