• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ উজলিল অসমৰ নাম: ভাৰতৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হ’ল অসম সন্তান অম্লান বৰগোহাঁই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2022 2:31 pm
Amlan Borgohain
163
VIEWS
Share on FacebookShare on Twitter

দেশৰ ক্ৰীড়াক্ষেত্ৰ খনত পুনৰ এবাৰ উজলি উঠিছে অসমৰ নাম। অসমক গৌৰৱান্বিত কৰি দেশৰ ভিতৰতে দ্ৰুততম মানৱ হিচাপে নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে। নাম তেওঁৰ অম্লান বৰগোহাঁই।

এই যুৱ ভাৰতীয় স্প্ৰিণ্টাৰগৰাকীয়ে সোমবাৰে পুৰুষৰ ১০০ মিটাৰ স্প্ৰিণ্টত এক নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হৈছে।

২৪ বৰ্ষীয় অম্লানে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত অনুষ্ঠিত সৰ্বভাৰতীয় আন্তঃৰেলৱে এথলেটিকছ চেম্পিয়নশ্বিপত ১০.২৫ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি এই কৃতিত্ব অৰ্জন কৰিছে।

এই ক্ষেত্ৰত যুৱ তাৰকাগৰাকীয়ে ভংগ কৰে ছয় বছৰ পুৰণি ৰাষ্ট্ৰীয় অভিলেখ। ২০১৬ চনত ছয় অমিয় কুমাৰ মল্লিকে ১০.২৬ ছেকেণ্ডত ১০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰি এই অভিলেখ গঢ়িছিল।

অম্লানে তেওঁৰ পূৰ্বৰ ১০০ মিটাৰ দৌৰৰ সৰ্বশ্ৰেষ্ঠ সময় ১০.৩৪ ছেকেণ্ডৰ পৰা প্ৰায় ০.০৯ ছেকেণ্ড সময় কমকৈ লৈ সোমবাৰে এই অভিলেখ ভংগ কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী হয়।

উল্লেখ্য যে উৰিষ্যাৰ ৰিলায়েন্স হাই পাৰফৰ্মেন্স চেণ্টাৰত প্ৰশিক্ষণ লোৱা অম্লানে ইতিপূৰ্বে পুৰুষৰ ২০০ মিটাৰ দৌৰতো ৰাষ্ট্ৰীয় অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰিছিল।

চলিত বৰ্ষৰ আৰম্ভণিতে ২৫ তম ৰাষ্ট্ৰীয় ফেডাৰেচন কাপৰ সময়ত ২০.৫২ ছেকেণ্ড সময় লৈ তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd