• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণাপুৰলৈ মহানগৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে আমৰি কাৰ্বিৰ প্ৰতিবাদ; লতাশিল পৰা ৰাজভৱনলৈ সমদল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 10, 2019 2:18 pm
সোণাপুৰলৈ মহানগৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে আমৰি কাৰ্বিৰ ৰাজভৱন ব'লক শীৰ্ষক প্ৰতিবাদী সমদল। ১০ এপ্ৰিলত।

সোণাপুৰলৈ মহানগৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে আমৰি কাৰ্বিৰ ৰাজভৱন ব'লক শীৰ্ষক প্ৰতিবাদী সমদল। ১০ এপ্ৰিলত।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোণাপুৰৰ কাৰ্বি জনজাতীয় অঞ্চললৈকে গুৱাহাটী মহানগৰ সম্প্ৰসাৰণৰ প্ৰক্ৰিয়াটো বাতিল কৰা আৰু সোণাপুৰত অসম ৰাইফলছৰ ঘাটি স্থাপন বন্ধ কৰাৰ দাবীত আজি ছটা কাৰ্বি জাতীয় সংগঠনৰ মঞ্চ আমৰি কাৰ্বিয়ে লতাশিল খেলপথাৰৰ পৰা ৰাজভৱনলৈ এটা প্ৰতিবাদী সমদল উলিয়ায়।

জনজাতীয় বেল্টৰ আছুতীয়া অধিকাৰ উলংঘা কৰি চৰকাৰে এই প্ৰক্ৰিয়া হাতত লোৱা কাৰ্য্যক গৰিহণা দিয়ে আমৰি কাৰ্বি নেতা-কৰ্মীসকলে।

Apply Now

এই ক্ষেত্ৰত কাৰ্বি সংগঠনবোৰে বিৰোধিতা কৰি অহা সত্ত্বেও চৰকাৰে তেওঁলোকক উপেক্ষা কৰাৰ অভিযোগ তোলে। কেইদনমান পূৰ্বে মুখ্য মন্ত্ৰীৰ সৈতেও আমৰি কাৰ্বিৰ নেতাসকলে বিষয়টো সন্দৰ্ভত আলোচনাত মিলিত হৈছিল।

“কেইদিনমান আগতে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাতো লিপ্ত হৈছিলোঁ। তেতিয়া তেওঁ প্ৰতিশ্ৰুতি দিছিল যে তেওঁ কোনো বে’ল্ট, ব্লকৰ ক্ষতি নকৰে। কিন্তু তেওঁৰ কথা নৰজিল। চক্ৰ বিষয়াই নিজৰ মইমতালিৰে ট্ৰাইবেল বে’ল্ট ব্লক ভাঙিবলৈ চেষ্টা কৰিছে। আমাক এই কথাৰ বিচাৰ লাগে।” আমৰি কাৰ্বিৰ উপদেষ্টা ইন্দ্ৰেস্বৰ তেৰণে সংবাদ মাধ্যমৰ আগত কয়।

তেৰণৰ অভিযোগ, চৰকাৰে আইন নামানি ডিমৰীয়া অঞ্চললৈকে মহানগৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে, যাৰ ফলত ট্ৰাইবেল বে’ল্টৰ অধীনৰ আমৰি কাৰ্বিসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব।

ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে মহানগৰ প্ৰশাসনক পাহাৰ খননৰ অনুমতি অতি শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনায়। ডিমৰীয়া, বেলতলা আৰু ৰাণীৰ জনজাতি অবেষ্টনীসমূহক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবৰ বাবেও দাবী জনায় মঞ্চৰ নেতাসকলে।

সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে ৰাজ্যপালক সাক্ষাৎ কৰি কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“মই বিচাৰো মোৰ এই অভিলেখ ভংগ হওক”: ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে মল্লযুঁজাৰু মনীষা ভানৱালাৰ বিশেষ বাৰ্তা

“মই বিচাৰো মোৰ এই অভিলেখ ভংগ হওক”: ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে মল্লযুঁজাৰু মনীষা ভানৱালাৰ বিশেষ বাৰ্তা

October 31, 2026 5:02 pm
আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

October 31, 2026 4:05 pm
ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

October 31, 2026 2:49 pm
সুকেশৰ ২০০ কোটিৰ গোচৰত পুনৰ বিপদত নোৰা ফতেহী! ২ নৱেম্বৰত আদালতত হাজিৰৰ নিৰ্দেশ

সুকেশৰ ২০০ কোটিৰ গোচৰত পুনৰ বিপদত নোৰা ফতেহী! ২ নৱেম্বৰত আদালতত হাজিৰৰ নিৰ্দেশ

October 31, 2026 1:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মই বিচাৰো মোৰ এই অভিলেখ ভংগ হওক”: ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে মল্লযুঁজাৰু মনীষা ভানৱালাৰ বিশেষ বাৰ্তা

“মই বিচাৰো মোৰ এই অভিলেখ ভংগ হওক”: ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে মল্লযুঁজাৰু মনীষা ভানৱালাৰ বিশেষ বাৰ্তা

October 31, 2026 5:02 pm
আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

October 31, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd