• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পঞ্জাৱৰ একেটা শৰীৰতে সংযুক্ত যমজ ভাতৃদ্বয়ে লাভ কৰিলে চৰকাৰী চাকৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2021 7:57 pm
Sohna and Mohna
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমৃতসৰৰ সংযুক্ত যমজ সন্তান চোহনা-মোহনাই লাভ কৰিছে এক অনন্য কৃতিত্ব। সদায়ে আত্মনিৰ্ভৰশীল হ’বলৈ আগ্ৰহী ১৯ বছৰীয়া যুৱক দুজনে পঞ্জাৱ ষ্টেট পাৱাৰ কৰ্পোৰেচন লিমিটেড (পিএছপিচিএল)ত চাকৰি লাভ কৰিছে।

আইটিআইৰ পৰা ডিপ্লোমা (ইলেক্ট্ৰিচিয়ান) ধাৰণ কৰা চোহনা-মোহনাই ৬৬-কেভি পিএছপিচিএল কাৰ্যালয়ত নিয়মীয়া টি মেট হিচাপে তেওঁলোকৰ কৰ্তব্যত আনুষ্ঠানিকভাৱে যোগদান কৰে। তেওঁলোকে যোগান নিয়ন্ত্ৰণ কক্ষত কাম কৰিব বুলি কাৰ্যালয়ৰ এজন বিষয়াই কয়।

Apply Now

“আমি জানিব পাৰিছিলো যে আটাইতকৈ বিৰল বিশেষ ভাৱে সক্ষম যুৱক দুজনে আইটিআইত ডিপ্লোমা কৰি আছিল আৰু ইলেক্ট্ৰিচিয়ান হিচাপে কেৰিয়াৰ গঢ়িব বিচাৰিছিল। আমি তেওঁলোকৰ কাষ চাপিছিলো আৰু তেওঁলোকক অতি সক্ৰিয় যেন অনুভৱ কৰিছিলো। যমজ যুৱকদ্বয়ৰ ভাল কাৰিকৰী জ্ঞান আছে। সেয়েহে, আমি তেওঁলোকক সহানুভূতিৰ ভিত্তিত বিশেষ ভাৱে সক্ষম ব্যক্তিৰ কোটাৰ অধীনত আমাৰ বিভাগত নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছো।” পিএছপিচিএলৰ চিএমডি বেণু পাৰচাদে কয়।

চোহনা-মোহনাই কয় যে তেওঁলোকক এই সুযোগ প্ৰদান কৰাৰ বাবে তেওঁলোক পঞ্জাৱ চৰকাৰৰ ওচৰত কৃতজ্ঞ। “আমি অতি আন্তৰিকতা আৰু নিষ্ঠাৰে কঠোৰ পৰিশ্ৰম কৰিম।” চোহনাই কয়।

“আমি পিঙ্গালৱাৰা প্ৰতিষ্ঠানৰ প্ৰতি গভীৰভাৱে কৃতজ্ঞ যিয়ে আমাক ডাঙৰ-দীঘল কৰিছে, আমাক শিক্ষিত কৰিছে আৰু আমাক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিছে।” মোহনাই কয়।

উল্লেখ্য যে যমজ ভাতৃদ্বয়ৰ দুটা হৃদযন্ত্ৰ, দুযোৰ বাহু, বৃক্ক আৰু মেৰুদণ্ড আছে, কিন্তু এটা যকৃত, পিত্তথলী, প্লীহা আৰু এযোৰেই ভৰি আছে। ২০০৩ চনৰ ১৪ জুনত নতুন দিল্লীৰ সুচেতা কৃপলানি চিকিৎসালয়ত জন্ম গ্ৰহণ কৰা তেওঁলোকক তেওঁলোকৰ পিতৃ-মাতৃয়ে এৰি দিছিল।

পিছত তেওঁলোকক এইমছলৈ স্থানান্তৰ কৰা হৈছিল য’ত চিকিৎসকসকলে তেওঁলোকক পৃথক নকৰাৰ সিদ্ধান্ত লৈছিল। পৃথক কৰিলে যিকোনো এজনৰ জীৱন হেৰুওৱাৰ লগতে ভাস্কুলাৰ আৰু স্নায়বিক ক্ষতি হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰে চিকিৎসকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd