• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাতত পাওৰুটি আৰু বাটাৰ লৈ অনন্ত আৰু ৰাধিকাক শুভেচ্ছা জনালে আমূলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2024 4:33 pm
349
VIEWS
Share on FacebookShare on Twitter

মুকেশ আম্বানী তনয়ৰ বিবাহ উদ্‌যাপন কৰিছে দেশৰ আগশাৰীৰ দুগ্ধজাত সামগ্ৰী উৎপাদন প্ৰতিষ্ঠান আমূলে। ৰঅনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ পাছত আমুলৰ তৰফৰ পৰা শুভেচ্ছা জনোৱা হৈছে। এক্স হেণ্ডেলত থকা তেওঁলোকৰ পেজত অমুলে নৱবিবাহিত দুগৰাকীৰ কাৰ্টুন আঁকি লিখিছিল, ‘যুগ যুগ জিঅ’ আশীৰ্বাদেৰে শুভেচ্ছা জনায়।

ছবিখনত অনন্ত আৰু ৰাধিকাই দৰা-কইনাৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছে। যোৱা পাঁচ মাহ ধৰি তেওঁলোকৰ বিবাহৰ বাবে উদযাপন চলি আছে। কালি সন্ধিয়াৰ পৰা মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত বিপুল খৰচৰবিবাহ অনুষ্ঠান অনুষ্ঠিত হয়। শ্বাহৰুখ খানৰ পৰা জনচিনা, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পৰা ঐশ্বৰ্য ৰায়কে ধৰি বহু কেইজন উপস্থিত থাকে। হলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি বলীউডৰ নায়ক-নায়িকালৈকে মুম্বাইৰ অনুষ্ঠানটোত সন্মিলিত হয়।অনুষ্ঠানত ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনো উপস্থিত থাকে। ডিজাইনাৰ আবু জানি সন্দীপ খোছলাৰ লেহেংগা কইনা ৰাধিকাই পৰিধান কৰে। পাছত ৰাধিকাই বিদায় অনুষ্ঠানৰ বাবে মনীষ মালহোত্ৰাৰ ডিজাইনাৰ সাজ-পোছাক পৰিধান কৰে। বিশেষকৈ ৰাধিকাৰ সাজ-পোছাকে গোটেই বিয়াখনতে দৃষ্টি আকৰ্ষণ কৰিছিল।

আমুলৰ পোষ্টটোত নৱবিবাহিত দুগৰাকীয়ে আনন্দৰে বাটাৰৰ সৈতে পাওৰুটি খাই থকা দেখা গৈছে। আধা খোৱা আমুল মাখন লগোৱা ৰুটিখন ৰাধিকাই অনন্তৰাৰ ফালে আগবঢ়াই দিয়ে।এখন পাওৰুটি অনন্তৰ হাততো। ওপৰৰ কেপচনত লিখা আছে, Ambyaahni Wedding!’। এই কাৰ্টুনে নেটদুনিয়াৰ নেটিজেনৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd