• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

গাহৰি ভালকৈ সিজাই খায়নে? ভালকৈ নিসোজোৱাকৈ গাহৰি খাই কি হ’ল চাওক এইজন ৰোগীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 3, 2024 6:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাহৰি সকলোৰে প্ৰয় খাদ্য। বিশেষকৈ অসমীয়া লোকে গাহৰি খাই বৰ ভাল পায়। গাহৰিত যথেষ্ট পৰিমাণে প্ৰটিন থাকে। তথাপিও গাহৰিৰ মাংসৰ বিভিন্ন অপকাৰিতা আছে। গাহৰিৰ পৰা বিভিন্ন জটিল ৰোগ হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ গাহৰি ভালকৈ সিজাই নাখালে বিভিন্ন ৰোগ হ’ব পাৰে।

শেতীয়াকৈ ফ্ল’ৰিডাৰ এজন আমেৰিকান চিকিৎসকে পোহৰলৈ আনিছে এক ভয়ংকৰ ঘটনা।

Apply Now

আধাসিজা গাহৰিৰ মাংস খাই বেমাৰত পৰিছিল এজন আমেৰিকান নাগৰিক তাৰপিছত চিকিৎসকগৰাকীৰ কাষ চাপিছিল ব্যক্তিজন।

ব্যক্তিজনৰ চিটি স্কেন কৰিছিল চিকিৎসকে। চিটি স্কেনত ৰোগীৰ ভৰিত গুৰুতৰ পৰজীৱীৰ সংক্ৰমণ প্ৰত্যক্ষ কৰিছে চিকিৎসকে।

ইউনিভাৰ্চিটি অৱ ফ্ল’ৰিডা হেল্থ জেকচনভিলৰ জৰুৰীকালীন চিকিৎসক ডাঃ ছেম গালিয়ে চিটি স্কেনৰ ছবিখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

চিকিৎসকগৰাকীয়ে কৈছে যে ৰোগীজনৰ শৰীৰত চিষ্টিচাৰক’ছিছ ধৰা পৰিছে। সাধাৰণতে গাহৰিৰ শৰীৰত থকা এবিধ পলুৰ বাবে চিষ্টিচাৰক’ছিছ ৰোগত আক্ৰান্ত হয়। এই পৰজীৱীৰ জীৱনচক্ৰ জটিল আৰু ই মানুহৰ শৰীৰত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে।

চিকিৎসক গৰাকীয়ে উল্লেখ কৰিছে গাহৰিৰ মাংস ভালকৈ সিজাই নাখালে এই পৰজীৱি গাহৰিৰ পৰা মানুহৰ শৰীৰলৈ আহিব পাৰে। পৰজীৱি ৫ৰ পৰা ১২ সপ্তাহৰ ভিতৰত গেষ্ট্ৰাইটিছ নলীত প্ৰাপ্তবয়স্ক পলুলৈ পৰিণত হয়। যাৰ ফলত ইণ্টেষ্টিনেল টেনিয়াছিছ নামৰ অৱস্থাৰ সৃষ্টি হয়।

চিকিৎসকে জনোৱা মতে এই পলুবোৰে শৰীৰৰ গুৰুত্বপূৰ্ণ কোষবোৰ নষ্ট কৰে। ইহঁতে মানুহৰ মগজুলৈও প্ৰৱেশ কৰিব পাৰে। ইহঁত মানুহৰ মগজুলৈ প্ৰৱেশ কৰি মূৰৰ বিষৰ পৰা আৰম্ভ কৰি মগজুৰ ৰক্তক্ষণলৈকে জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে।

এনে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ আৰু কেঁচা বা কমকৈ সিজোৱা গাহৰিৰ মাংস খোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে চিকিৎসকগৰাকীয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd