DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটৰ ঐতিহ্যমণ্ডিত দণ্ডধৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ বৃহৎ প্ৰস্তুতি

মীনাক্ষী ফুকন, গোলাঘাট  by মীনাক্ষী ফুকন, গোলাঘাট
November 27, 2021 2:49 pm
Dandadhar High School
463
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ মহিলা শিক্ষাৰ বাটকটীয়া তথা ঐতিহ্যমণ্ডিত গোলাঘাট দণ্ডধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া  প্ৰাক্তন ছাত্ৰীৰ সমাৰোহখনি  অহা  ২৫ ডিচেম্বৰ ২০২১ তাৰিখে অনুষ্ঠিত কৰাৰ আয়োজন কৰা হৈছে।

সেই উপলক্ষে বিদ্যালয়খনিত শিক্ষা গ্ৰহণ কৰি যোৱা প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰীক ইয়াৰ জৰিয়তে নিমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকৰ সহযোগিতা এই সমাৰোহৰ আয়োজক কমিটিৰ  ফালৰ পৰা বিচৰা হৈছে।

সমাৰোহ সমিতিখনৰ সাধাৰণ সম্পাদিকা আৰু যুটীয়া সম্পাদিকা মীনাক্ষী ফুকন আৰু বুলি শৰ্মা দেৱে জনোৱা মতে সমাৰোহখনি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব আৰু সমাৰোহখনিৰ সাংস্কৃতিক সম্পাদিকা  প্ৰাক্তন ছাত্ৰী গৰিমা শইকীয়া গাৰ্গৰ তত্ত্বাৱধানত এক আটকধুনীয়া সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হ’ব।

Also Read: Covid New variant কিমান ভয়াবহ কৰ’নাৰ নতুন ভেৰিয়েন্ট Omicron; কি জনালে WHOই?

সমাৰোহভাগিৰ লগত সংগতি ৰাখি প্ৰকাশ হ’ব লগা স্মৃতিগ্ৰন্থখনিৰ বাবেও প্ৰাক্তন ছাত্ৰীসকলৰ পৰা লেখা আহ্বান কৰা হৈছে।

লেখা সমূহ অহা ৭ ডিচেম্বৰ তাৰিখৰ ভিতৰত স্মৃতিগ্ৰন্থৰ দায়িত্বত থকা বৰ্ণালী শৰ্মা, বনশ্ৰী কলিতা আৰু গায়ত্ৰী চাহুৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছৈ।

যোগাযোগৰ নম্বৰ সমূহ হৈছে, 06000148870, 917002098279, 919613862705, 9742644233, 918638391080, 8721982628।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd