• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰ্চাত গোৱালপাৰা জিলাৰ এখন ব্যতিক্ৰমী বিদ্যালয়: পাঠ্যক্ৰমৰ সমানে কৃষি কৰ্মৰ শিক্ষা

নীলমণি শৰ্মা, কৃষ্ণাই by নীলমণি শৰ্মা, কৃষ্ণাই
February 23, 2022 7:20 am
Amar Vidyalai
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ এখন ব্যক্তিগত খণ্ডৰ ব্যতিক্ৰমী বিদ্যালয়৷ জিলাখনৰ মাটিয়াত অৱস্থিত “আমাৰ বিদ্যালয়” নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ ব্যতিক্ৰমী শিক্ষা ব্যৱস্থাই দৃষ্টি কাঢ়িছে শৈক্ষিক মহলৰ৷

অঞ্চলটোৰ অজয় নাথ নামৰ সৰবৰহী ব্যক্তি এগৰাকীৰ মহান প্ৰচেষ্টাত গঢ়ি উঠা বিদ্যালয়খনত পাঠদানৰ উপৰিও চলে কৃষি কৰ্মৰ শিক্ষাও৷ বিদ্যালয় খনে গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগিতাত প্ৰায় এক হেক্টৰ মাটিত উন্নত মানৰ আলু খেতি কৰি এশ কুইণ্টল আলু উৎপাদন কৰিবলৈ সক্ষম হৈছে৷

Apply Now

উৎপাদিত আলু বিক্ৰী কৰি লাভ কৰিছে এক লাখৰো অধিক ধন৷ এই কৃষি কৰ্মত “আমাৰ বিদ্যালয়”ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী সকলো জড়িত৷

ইপিনে, নিজ হাতে ৰোপন কৰা খেতিৰ ফচল বজাৰত বিক্ৰী কৰি যথেষ্ট আনন্দিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী সকল৷উল্লেখ্য যে বিদ্যালয় খনত অধ্যয়নৰ বাবে কোনো মাচুলৰ প্ৰয়োজন নহয়৷

বিদ্যালয় খনত সকলো সুবিধা বিনামূলীয়াকৈ লাভ কৰে শিক্ষাৰ্থীয়ে৷ বিদ্যালয়ৰ অধ্যক্ষ গৰাকীৰ পৰা জানিব পৰা মতে আলু বিক্ৰী কৰি পোৱা সকলো ধন খৰচ হ’ব বিদ্যালয়ত৷

এনে দৰে বতৰৰ প্ৰতিটো খেতি কৰি পোৱা ধনেৰে পৰিচালিত হৈছে বিনামূলীয়া “আমাৰ বিদ্যালয়”৷ কেৱল পুথিগত জ্ঞান প্ৰদানেই নহয় বিদ্যালয় খনত প্ৰদান কৰা হয় ব্যৱহাৰিক শিক্ষাও৷

সকলোকে পুথিগত জ্ঞান প্ৰদান কৰাৰ লগতে কৃষি কাৰ্যৰ বাবে প্ৰদান কৰা হৈছে ব্যৱহাৰিক শিক্ষাও৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰৰ প্ৰতিটো খেতি কৰাটো বাধ্যতামূলক বিদ্যালয়খনত।

বিদ্যালয়খনে বিনা মাচুলেৰে শিক্ষা প্ৰদান কৰি দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে সকলোৰে৷ এইখন বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলও আনন্দ মনেৰে পাঠ্যপুথিৰ শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষাও গ্ৰহণ কৰি আহিছে৷

এনেদৰে ব্যতিক্ৰমী চিন্তাৰ ফচল “আমাৰ বিদ্যালয়”ৰ শেহতীয়া ব্যতিক্ৰমী পদক্ষেপৰ বাবে পুনৰ এবাৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে জিলাখনত৷

নীলমণি শৰ্মা, কৃষ্ণাই

নীলমণি শৰ্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm
বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm
বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd